বৰপেটাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে হাই প্ৰফাইল গায়িকা অগপৰ কল্পনা পাটোৱাৰী। সৰুক্ষেত্ৰীতে টিকট লাগে ৰাইজৰ দলৰ অভিনেত্ৰী জেৰিফা ৱাহিদক।