• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

2 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

editor by editor
November 1, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘গাজাত যুদ্ধ বন্ধ কৰক। অনতিপলমে যুদ্ধ বন্ধ নকৰিলে মুছলমান সমাজে ভোট বৰ্জন কৰিব।’ এই হুমকি দিয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক। মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক এই ধমকি দিছে আমেৰিকান ডেমোক্ৰেটিক পাৰ্টিৰ ইছলাম ধৰ্মালম্বী সমাজে। ইয়াৰোপৰি পাৰ্টীক দিয়া অনুদান বা সহায়তা সম্পূৰ্ণ বন্ধ কৰাৰো ধমকি দিছে মুছলমান সমাজে। আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৪ত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰ ইজৰাইল-হামাছৰ যুদ্ধই প্রভাৱ পেলাব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে।

ইতিমধ্যেই বাইডেন চৰকাৰক কটাক্ষ কৰি বিশেষ মন্তব্য কৰিছে ৰিপাব্লিকান নেতা ডনাল্ড ট্ৰাম্পেও। আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ দৌৰত আছে ট্ৰাম্প। সেয়ে ট্ৰাম্পেও যুদ্ধৰ প্ৰসংগ টানি কৰিছে কেইবাটাও মন্তব্য। গাজাত ইজৰাইলে চলাই থকা আক্ৰমণ বন্ধ কৰিবলৈ মঙলবাৰে বিশেষ চাপ দিয়া হৈছে বাইডেনৰ নিজা দলৰ নেশ্ব্যনেল মুছলিম ডেমক্ৰেটিক শাখাৰ তৰফৰ পৰাও। মিছিগান, ওহিয়ো, পেনছিলভেনিয়াৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত মুছলমান ডেমক্ৰেটিক শাখাই ভোটদান নকৰাৰ সিদ্ধান্ত লৈছে।

২০২৩ ছিজফায়াৰ আলটিমেটাম শীৰ্ষক এখন পত্ৰ বাইডেনলৈ প্ৰেৰণ কৰিছে মুছলিম ডেমক্ৰেটিক কাউন্সিলে। তাতেই ইজৰাইলী আক্ৰমণক সমৰ্থন কৰি ভোট বা অন্যধৰণৰ সহায় কৰা নহ’ব বুলি ধমকি দিছে মুছলমান সমাজে। এই পত্ৰ লাভ কৰিয়েই অস্বস্তিত ভূগিছে মাৰ্কিন প্ৰেছিডেণ্ট বাইডেনেও। বিষয়টোক লৈ বাইডেনে বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

এইসমূহৰ ওপৰিও এক্স হেণ্ডেলত এটা ৯০ ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে মিনেছোটাৰ পেলেষ্টাইনপন্থী মাৰ্কিন ৰাজনীতিবিদ ৰাছিদা লাইবে। আমেৰিকাৰ পাৰ্লিয়ামেণ্ট কংগ্ৰেছৰো তেওঁ এগৰাকী সদস্য। ভিডিঅ’ত ৰাছিদাই জনোৱা অনুসৰি, ‘ইজৰাইলৰ গণহত্যা বন্ধ নকৰিলে ২০২৪ত আমাৰ ভোট পোৱাৰ আশা নকৰিব।’ অনতিপলমে পেলেষ্টাইনীসকলক সমৰ্থন কৰিবলৈকো আহ্বান জনাইছে ৰাছিদাই। হামাছৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগেই ইজৰাইলেক আৰ্থিক আৰু সামৰিক সৰঞ্জামেৰে সাহায্য আগবঢ়াইছে আমেৰিকাই। এই বিষয়টোক লৈ ক্ষুদ্ধ হৈ পৰিছে ডেমোক্ৰেটিক দলৰ মুছলমান নেতা-নেত্ৰীসকল। প্ৰেছিডেণ্ট বাইডেনৰ এই পদক্ষেপক মুছলমান সমাজে বিশ্বাসঘাতকতা বুলিও আখ্যা দিছে।

বিশেষজ্ঞসকলৰ দাবী, আগন্তুক বছৰৰ নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে প্ৰেছিডেণ্ট নিৰ্বাচিত হওঁতে মুছলমান ভোট বাইডেনে লাভ নকৰিবও পাৰে। ২০২০ত মিছিগানত ১৬টা ইলেক্ট্ৰোৰেল ভোটৰ মাত্ৰ ২.৬ শতাংশ ব্যৱধানত জয়ী হৈছিল বাইডেন। গাজাত যুদ্ধ বিৰতি কৰাটো আমেৰিকাৰ পক্ষে কঠিন কাম বুলিও প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞই। কাৰণ হামাছক সম্পূৰ্ণ নিশেষ কৰাটো ইজৰাইলী সেনাৰ প্রধান লক্ষ্য। সেয়ে ইজৰাইলী সেনাক বাইডেনে যুদ্ধ বন্ধৰ নিৰ্দেশ দিব পাৰিবনে সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

কৰৱা চৌথ পালন কৰিবলৈ আপোনাৰ চহৰত কেতিয়া চন্দ্ৰ ওলাব? জানি থওক পূজাৰ সবিশেষ নিয়ম

কৰৱা চৌথ পালন কৰিবলৈ আপোনাৰ চহৰত কেতিয়া চন্দ্ৰ ওলাব? জানি থওক পূজাৰ সবিশেষ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.