• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা

ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা

2 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

33 minutes ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

4 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

4 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা

editor by editor
October 5, 2023
in বিশ্ব, লেখা
0
ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিকিৎসা বিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰাসায়ন বিজ্ঞানৰ পাছত এইবাৰ ঘোষণা হ’ল সাহিত্যত নোবেলজয়ীৰ নাম৷ এইবৰ্ষত সাহিত্যত নোবেল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে জন ফছে৷ যিসকলক সমাজে এঘৰীয়া কৰি ৰাখে তেনে বিষয়বস্তুক লৈয়েই নাটক আৰু গদ্যধৰ্মী সাহিত্য ৰচনা কৰিছে জন ফছে৷ ১৯০১ চনৰ পৰা বিশ্বত নোবেল পুৰস্কাৰ দিয়াৰ পৰম্পৰা আৰম্ভ হৈছে৷

চলিত বছৰতেই জন ফছৰ এখন উপন্যাস প্ৰকাশিত হৈছিল৷ তেওঁৰ উপন্যাসৰ নাম হৈছে, ‘ফছ মিনিমালিজম’৷ এইখন তেওঁ লিখা দ্বিতীয় উপন্যাস৷ ১৯৮৫ চনত নোবেলজয়ী জন ফছৰ প্ৰথমখন উপন্যাস প্ৰকাশিত হৈছিল৷ তেওঁৰ প্ৰথমখন উপন্যাসৰ নাম হৈছে ‘ৰেড এণ্ড ব্লেক’৷

জন ফছেকে তেওঁৰ প্ৰথম উপন্যাস ৰেড এণ্ড ব্লেকত আত্মহত্যাৰ দৰে এটা গভীৰ আৰু সংবেদনশীল বিষয়ৰ বৰ্ণনা দাঙি ধৰিছিল৷ বৰ্তমানলৈকে ১২০গৰাকী লোকে সাহিত্যত নোবেল বঁটা লাভ কৰিছে৷ ইয়াৰে মাজত ১৯গৰাকীয়েই হৈছে মহিলা৷ এই পুৰস্কাৰ বিজয়ী বিজয়ীকেইজনে নগদ ৮.৩৩ কোটি টকা আৰু এটা সোণৰ পদক লাভ কৰে। জন ফছেও এই ধনৰাশি আৰু বিশেষ পদক লাভ কৰিব৷ নোবেল ঘোষণাৰ পিছত জনে কয়, ‘মই বহুত সুখী। মই ভাবো এই পুৰস্কাৰ সাহিত্যৰ বাবে দিয়া হৈছে গতিকে এই কথাই প্ৰমাণ কৰে এই সংবেদনশীল বিষয়টোও সাহিত্যৰ মাজৰেই এক বিষয়বস্তু৷

নবেল বঁটা বিজয়ী জন ফছ কোন?

জনৰ জন্ম ১৯৫৯ চনত নৰৱেত। 7 বছৰ বয়সতেই জন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিছিল জন৷ তেওঁৰ লেখাৰ ওপৰত এই বিষয়ৰো প্ৰভাৱ আছে৷ জনৰ প্ৰথমখন উপন্যাস ৰেড-ব্লেক ১৯৮৩ চনত প্ৰকাশিত হৈছিল৷ তেওঁ লিখা প্ৰথমখন গ্ৰন্থ ৪০টাতকৈয়ো বেছি ভাষাত অনুবাদ হৈছে৷ এজন লেখক হিচাপে পৰিচিত হোৱাৰ পূৰ্বে জনৰ সংগীতৰ প্ৰতিও বিশেষ ধাউতি আছিল৷ তেওঁ নিজেই গীত লিখি সেই গীতত সুৰো প্ৰদান কৰিছিল৷ ডেইলী টেলিগ্ৰাফে জন ফছক বিশ্বৰ ১০০জন প্ৰতিভাধৰ ব্যক্তিৰ তালিকাত ৮৩ তম স্থানত ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
Next Post
৩টা কাৰণঃ কিয় বিবাহবিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

৩টা কাৰণঃ কিয় বিবাহবিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা

ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.