• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটাৰ পাছত আনটো cold-blooded murder… ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই যুৱকৰ মুণ্ডছেদ কৰিলে লোহিত গগৈয়ে!

3 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

48 minutes ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

1 hour ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

2 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এটাৰ পাছত আনটো cold-blooded murder… ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই যুৱকৰ মুণ্ডছেদ কৰিলে লোহিত গগৈয়ে!

editor by editor
February 22, 2023
in অপৰাধ, অসম
0
এটাৰ পাছত আনটো cold-blooded murder… ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই যুৱকৰ মুণ্ডছেদ কৰিলে লোহিত গগৈয়ে!
0
SHARES
41.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
যোৰহাটৰ টীয়কত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
টীয়কৰ যাদৱপুৰৰ গান্ধী গাঁৱত যুৱকৰ ছিন্নমুণ্ড লৈ থানালৈ আহে এজন যুৱক।
চোকা অস্ত্রৰে ৰেপি ৰেপি লোহিত গগৈ(২৫) নামৰ যুৱকে হত্যা কৰিলে ফাই চাওৰা নামৰ যুৱকক।
মঙলবাৰে নিশা চেনিজান বাঘমৰীয়াত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।
হত্যাৰ পাছতেই স্কুল বেগত ছিন্নমুণ্ড লৈ আনিছিল লোহিত গগৈয়ে।
টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক।
লোহিত গগৈৰ পৰা আৰক্ষীয়ে এখন কলম কটাৰীও উদ্ধাৰ কৰিছে।
ফাই চাওৰা নামৰ যুৱকজনে লোহিত গগৈৰ ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই এই হত্যাকাণ্ড কৰা বুলি স্বীকাৰোক্তি।
জানিব পৰা অনুসৰি লোহিত গগৈ আৰু ফাই চাওৰা দুয়োজনে সুৰাপান কৰি লিপ্ত হৈছিল কাজিয়াত।
তাৰ পাছতেই লোহিত গগৈয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ফাই চাওৰাক।
আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
বৰ্তমান সময়লৈকে হত্যাকাণ্ডৰ সম্পৰ্কত কোনো প্ৰতিবেদন প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
Next Post
ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ...

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন