• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য

নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য

2 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

31 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য

editor by editor
June 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশ জুৰি চাঞ্চল্য

কালি ২৫ জুন মঙলবাৰে নিশাৰ ৰাজপথত দৃৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে এগৰীক সাংবাদিকে। ৰাজপথতে ছুৰীৰে হানি খুচি প্ৰাণ কাঢ়িলে সাংবাদিকগৰাকীৰ। বিহাৰত সংঘটিত হৈছে এই ঘটনা। নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা।

বিহাৰৰ মুজাফ্ফৰপুৰত মঙলবাৰে গভীৰ নিশা এক দুৰ্বৃত্তবৰ দলে ঘৰলৈ উভতাৰ পথতে আগুৰি ধৰি এজন সাংবাদিকক ছুৰীৰে আঘাত কৰি হত্যা কৰে। এই ঘটনা ঘটিছিল সাংবাদিকগৰাকীৰ ঘৰৰ কিছু সমীপতে। নিহত সাংবাদিকজনৰ নাম শিৱশংকৰ ঝা।

ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে গভীৰ নিশা শিৱশংকৰ ঝা কৰ্মথলীৰ পৰা ঘৰৰ উভতি আহি থকা অৱস্থাত হঠাতে অচিনাকি অপৰাধীয়ে ঘেৰি ধৰি ধৰাল অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে৷ নিজকে সম্ভলি লোৱাৰ পূৰ্বেই অপৰাধীয়ে সাংবাদিকগৰাকীক গুৰুতৰভাৱে আহত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনাটো দেখি স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাংবাদিক শিৱশংকৰ ঝাক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি এছ কে এম চি এইচলৈ লৈ যায়। কিন্তু চিকিৎসকে সাংবাদিকগৰাকীক মৃত ঘোষণা কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, সাংবাদিকজনৰ ফোনটোও সেই স্থানৰ পৰা নোহোৱা হৈছে। মোবাইলতে কোনো গুৰুত্বপূৰ্ণ তথ্য থকা নাইবা কোনো গোপন সম্ভেদ লাভ কৰাৰ বাবেই সাংবাদিক গৰাকীক তেনেদৰে ৰাজপথতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

আনহাতে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জানিব পৰাৰ পাছতে হাহকাৰ লাগি যায়। উচিত তদন্তৰ দাবীৰে পৰিয়ালৰ লোক, স্থানীয় লোক তথা সচেতন মহলে প্ৰতিবাদো সাব্যস্ত কৰে। এতিয়াৰ আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব কোনে কিয় তেনেদৰে ৰাজপথতে হত্যা কৰে সাংবাদিকগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24journalistjournalist attackJournalist Diednews
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
Next Post
ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ'লে কি হ'ব ফলাফল, কোন হ'ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.