• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

2 years ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

14 minutes ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

1 hour ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

2 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

2 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

3 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

21 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

22 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

22 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

23 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

24 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

editor by editor
June 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

এইবাৰৰ টি ২০ বিশ্বকাপৰ কেইবাখনো খেল বৰষুণৰ বাবে বাতিল হোৱাৰ উপৰিও, দেৰিকৈ অনুষ্ঠিত হোৱা আদিৰ সমস্যায়ো দেখা দিছিল। ছেমি ফাইনেলৰ খেলতো একেই সমস্যা হোৱাৰ সম্ভৱনাই দেখা দিছে এতিয়া। যদিহে বৰষুণৰ বাবে ভাৰত ইংলেণ্ডৰ মাজৰ খেল বাতিল হয় তেন্তে কি হব পৰিস্থিতি।

ছেমি ফাইনেলৰ খেল বাতিল হলে পইণ্ট ভগাই লোৱা নিয়ম নাই। ৰান ৰেট তথা পূৰ্বৰ পইণ্ট অনুসাৰে এটা দল আগবাঢ়িব পাৰে। যাৰ বাবে এতিয়া চিন্তাত দুয়ো দলৰ খেলুৱৈ সকল।

ভাৰতে এতিয়ালৈকে এখনো খেলত পৰাজয় বৰণ কৰা নাই। কেৱল এখন খেল বৰষুণৰ বাবে বাতিল হোৱাৰ কাৰণে পইণ্ট ভগাই লব লগা হৈছিল। গ্ৰুপ ষ্টেজ তথা ছুপাৰ ৮ৰ দুয়োটা পৰ্যায়তে ভাৰতে শীৰ্ষত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে বৰ্তমানলৈ ভাল প্ৰদৰ্শন কৰি আছে। এতিয়া ভাৰতে ২৭ জুন বৃহস্পতিবাৰে কাইলৈ নিশা ৮ বজাত ইংলেণ্ডৰ মুখামুখি হ’ব।

ক্ৰিকেট প্ৰেমী ভাৰতীয় সকলৰ বাবে এইখিনিতে কিছু বেয়া খবৰ, বৰষুণৰ বাবে বাতিল হব পাৰে খেল। ছেমি ফাইনেলৰ খেল চোৱাৰ পৰা বঞ্চিত হব পাৰে ভাৰতীয় অনুৰাগী। যদিহে খেল বাতিল হয় তেন্তে ভাৰতীয় দল বাহিৰ হব লাগিব নেকি !

সাধাৰণতে ছেমি ফাইনেল বা ফাইনেল খেলৰ ক্ষেত্ৰত এনে হলে এটা ৰিজাৰ্ভ ডে ৰখা হয়। নিৰ্দিষ্ট দিনটোত কেল পৰিত্যক্ত হলে ৰিজাৰ্ভ দিনটোত খেল অনুষ্ঠিত হয়।

এইবাৰৰ বিশ্বকাপত কিছু অন্য নিয়ম কৰা হৈছে কাইলৈ ৬ বজাত প্ৰথমখন খেল আৰু নিশা ৮ বজাত দ্বিতীয়খন চেমি ফাইনেলৰ খেল অনুষ্ঠিত হব। প্ৰথমখল খেলৰ বাবে ৰিজাৰ্ভ ডে ৰখা হৈছে কিন্তু দ্বিতীয়খন খেলৰ বাবে অতিৰিক্ত সময় ৰখা হৈছে। দ্বিতীয়খন খেলেই হৈছে ভাৰত-ইংলেণ্ডৰ।

দ্বিতীয়খনখেলত ৪ ঘন্টা ১০ মিনিট সময় অতিৰিক্ত ৰখা হৈছে , যাতে খেল খল সেইদিনাই অনুষ্ঠিত কৰা হয়। যদি তথাপিও খেল অনুষ্ঠিত কৰিব পৰা নাযায়, তেন্তে কি হ’ব পৰিনাম।

যদিহে খেল সম্পূৰ্ণৰূপে পৰিত্যক্ত হয় তেন্তে সেয়া হব ভাৰতৰ বাবে বৰদান। ভাৰতৰ বাবে একপ্ৰকাৰ লাভ। কিয়নো ছুপাৰ ৮ত ভাৰতে শীৰ্ষত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যাৰ বাবে ভাৰতে নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24England Teamindian teamnewsT 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
Next Post
সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.