• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

3 weeks ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

8 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

8 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

9 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

10 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

11 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

11 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

12 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

13 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

14 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

15 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

1 day ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

editor by editor
May 19, 2026
in জীৱনশৈলী
0
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুন ২০২৬, এই মাহ জ্যোতিষশাস্ত্ৰত দৃষ্টিত অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ এই মাহত একাধিক শুভ গ্ৰহৰ সংযোগত তৈয়াৰ হ’ব হংস যোগ, গজলক্ষ্মী ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগৰ দৰে শুভ যোগ৷ যাৰ প্ৰভাৱত কেইবাটাও ৰাশিৰ জীৱনলৈ বৃহৎ পৰিবৰ্তন আৰু সাফল্যৰ সম্ভাৱনা তৈয়াৰ হৈছে৷

কেতিয়া কি যোগ?

জুনৰ আৰম্ভণিতে বৃহস্পতিয়ে কৰ্কট ৰাশিত গোচৰ কৰিব আৰু নিজৰ উচ্চ ৰাশিত অৱস্থান কৰাত তৈয়াৰ হ’ব শুভ হংস ৰাজযোগ৷ একে সময়তে বুধ আৰু শুক্ৰৰ যুগল অৱস্থানে মিথুন ৰাশিত গঠন কৰিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ আকৌ ৮ জুনত শুক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিলে তাতেই তৈয়াৰ হ’ব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰোপৰি মাহৰ মাজভাগত সূৰ্য মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ এই সকলো শুভ গ্ৰহগত পৰিবৰ্তনৰ কাৰণে মেষ, মিথুন, কৰ্কট, কন্যা আৰু বৃশ্চিক ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হ’ব পাৰে৷ কি ঘটিব তেওঁলোকৰ জীৱনত?

মেষ ৰাশি

জুন মাহত মঙ্গলে নিজৰ ৰাশিত অৱস্থানত কৰাৰ ফলত মেষ ৰাশিৰ জাতকে নতুন উদ্যম আৰু আত্মবিশ্বাসেৰে আগবাঢ়িব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাও থাকিব৷ ২০জুনৰ পাছত ব্যৱসায় বা উচ্চশিক্ষাৰ ক্ষেত্ৰত কিছু উঠানমা দেখা দিব পাৰে৷ পৰিয়ালত সৰু কোনো অশান্তিও হব পাৰে৷ ধৈৰ্য্য আৰু বুদ্ধিমত্তাৰ সৈতে পাৰিবাৰিক সমস্যা চম্ভালি লোৱাটো জৰুৰী৷

মিথুন ৰাশি

বৃহস্পতিৰ শুভ অৱস্থানৰ কাৰণে এই মাহত মিথুন ৰাশিৰ জাতকৰ সন্মান আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব পাৰে৷ ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহ বাঢ়িব৷ যিসকলে সন্তান লাভৰ আশা কৰিছিল তেওঁলোকে সুখবৰ পাব পাৰে৷ ভাগ্যোন্নতিৰো প্ৰৱল সম্ভাৱনা আছে৷ জীৱনত একাধিক আনন্দৰ মুহূৰ্ত আহিব পাৰে৷ বিবাহিতসকলে জীৱনসংগীৰ স্বাস্থ্যৰ দিশত বিশেষ নজৰ দিয়ক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে জুন মাহত আয়ৰ নতুন পথ তৈয়াৰ হ’ব পাৰে৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব আৰু তীৰ্থযাত্ৰাৰো সম্ভাৱনা আছে৷ শনিৰ ধাইয়াৰ প্ৰভাৱত মানসিক অস্থিৰতা কিছু বাঢ়িব পাৰে৷ কামৰ প্ৰতি মনোযোগ কমি যোৱাৰ সম্ভাৱনা থাকিব৷ মানসিক শান্তি বজায় ৰখা জৰুৰী৷

কন্যা ৰাশি

কন্যা ৰাশিৰ চতুৰ্থ ঘৰত বৃহস্পতিৰ শুভ দৃষ্টি থকাত পৰিয়ালৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ ব্যয় বাঢ়িব৷ আৰামো বৃদ্ধি পাব পাৰে৷ বুধৰ শুভ প্ৰভাৱত আৰ্থিক উন্নতিৰ নতুন সুযোগ আহিব পাৰে৷ আয়ৰ দিশৰ পৰা এই সময় শুভ বুলি ধাৰণা কৰা হৈছে৷

বৃশ্চিক ৰাশি

জুন মাহত বৃশ্চিক ৰাশিৰ ওপৰত মঙ্গল আৰু বৃহস্পতিৰ শুভ প্ৰভাৱ থাকিব৷ পৰিয়ালত কোনো শুভ সংবাদ আহিব পাৰে৷ আয়ৰ নতুন সুযোগ তৈয়াৰ হব আৰু নিজৰ পৰিশ্ৰমৰ জোৰত বহু কাম সহজেই সম্পন্ন কৰিব পাৰিব৷ এই সময়ত ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে৷ সামগ্ৰিকভাৱে জুন মাহ বৃশ্চিক ৰাশিৰ বাবে ইতিবাচক আৰু শুভ ফলদায়ক হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

June 10, 2026
Next Post
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.