• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?

editor by editor
November 2, 2022
in চিনেমা, ভাৰত, ৰাজনীতি
0
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনীতি জন্মৰ পূৰ্বেই এগৰাকী ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত হৈ পৰে। ৰাজনীতিৰ পট ভাৰতত কেনেকৈ কেতিয়া সলনি হয় কোনেও ধৰিব নোৱাৰে! য ৰাতিটোৰ ভিতৰতে সলনি হয় খেল। শেহতীয়াকৈ অমিত শ্বাহৰ সৈতে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জুনিয়ৰ এন টি আৰক একেলগে দেখাৰ পাছতেই দেশজুৰি চৰ্চা লাভ কৰিছে বিশেষ ছবিখনে। অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজনীতিলৈ যাবলৈ মন কৰিছে জুনিয়ৰ এন টি আৰে বুলি সমগ্ৰতে চলিছে চৰ্চা।

অমিত শ্বাহে জুনিয়ৰ এন টি আৰক হায়দৰাবাদত সাক্ষাৎ কৰিছে। এই সাক্ষাতকাৰ অৰাজনৈতিক বুলি দুয়োগৰাকীয়ে দাবী কৰিছে যদিও অমিত শ্বাহৰ এই সাক্ষাতকাৰত আঁৰতো যে কিবা সমীকৰণ আছে সেই কথা একাংশ ৰাজনৈতিক বিশ্লেষকে চৰ্চা কৰিছে।

উল্লেখ্য যে, এই সাক্ষাতকাৰৰ ফটো টুইটাৰত আপলোড কৰি অমিত শ্বাহে জুনিয়ৰ এনটিআৰক প্ৰশংসাৰে উপচায় পেলাইছে। অমিত শ্বাহে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা জুনিয়ৰ এন টি আৰৰ সৈতে হোৱা বৈঠকৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘হায়দৰাবাদত এজন অতি প্ৰতিভাশালী অভিনেতা আৰু তেলেগু চিনেমাৰ ৰত্ন জুনিয়ৰ এন টি আৰৰ সৈতে ভালকৈ মত বিনিময় কৰিলো।’

ৰাজনৈতিক বিশ্লেষকৰ মতে, তেলেংগানাত ২০২৩-ৰ ডিচেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ আগমূৰ্হূতত অমিত শ্বাহৰ সৈতে হোৱা এই সাক্ষাতকাৰক সহজে মানি লবলৈ টান পাইছে বিৰোধীমহলেও। একাংশই দাবী কৰিছে যে, তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বও বিজেপিয়ে দিব পাৰে জুনিয়ৰ এন টি আৰক। কিন্তু কি হ’ব সমীকৰণ সেই উত্তৰ দিব সময়েহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

'মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই...

বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.