• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

3 years ago
ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

5 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

1 hour ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

2 hours ago
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি!

3 hours ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

হোৰাহোৰে কমিল সোণৰ মূল্য, একেবাৰতে ৪৪০০ টকা হ্ৰাস

4 hours ago
মহিলাৰ ঘামে আকৰ্ষণ কৰে নেকি পুৰুষক? গৱেষণাত পোহৰলৈ আহিছে তথ্য

মহিলাৰ ঘামে আকৰ্ষণ কৰে নেকি পুৰুষক? গৱেষণাত পোহৰলৈ আহিছে তথ্য

4 hours ago
প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

5 hours ago
মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

5 hours ago
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

6 hours ago
আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

7 hours ago
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

editor by editor
April 27, 2024
in বিবিধ, ভাৰত
0
পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বছৰতেই বৃহস্পতিয়ে ৰাশি পৰিবৰ্তন কৰিব। ১ মেত মেষ ৰাশিৰ পৰা বাহিৰলৈ ওলাই বৃষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই। তাৰপাছতেই ৩ মেৰ নিশা ১০ বাজি ৮ মিনিটত এই ৰাশিতেই অস্ত যাব এই গ্ৰহ। বৃষ ৰাশিত বৃহস্পতিৰ অস্ত দশাত কেইটামান ৰাশিৰ জাতকলৈ ভাল খবৰ আহিব। এই সময়ত ৩টা ৰাশিৰ জাতকৰ কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত জীৱনত উন্নতিৰ সুযোগ আহিব। ইয়াৰোপৰি ধন লাভৰো যোগ আহিব। বৃহস্পতি অস্ত গৈ কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় ঘটাব জানি থওক সবিশেষ।

মেষ ৰাশি

এই ৰাশিৰ দ্বিতীয় কক্ষত বৃহস্পতি অস্ত যাব। মেষ ৰাশিৰ জাতকৰ জীৱনত বিশেষ নেতিবাচক প্ৰভাৱ নাথাকিব। ইয়াৰোপৰি চাকৰিৰ সন্ধানত যিসকল আছে তেওঁলোকলৈকো সাফল্য় আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা শুনিব। বেতনবৃদ্ধি আৰু বোনাছো লাভ কৰিব পাৰে। ইয়াৰোপৰি কোনো ডাঙৰ দায়িত্বও পাব পাৰে। ব্য়ৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদেশৰ পৰা ধন লাভৰ যোগ। ইয়াৰোপৰি সম্পত্তি লাভৰো যোগ আছে। ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰিব। স্বাস্থ্য ভালে থাকিব।

কৰ্কট ৰাশি

বৃহস্পতিৰ অস্ত দশা কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ। এই সময়ত কৰ্কটৰ জাতকৰ জীৱনত ধীৰগতিত পৰিবৰ্তন আহিব। যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই। ব্যৱসায়ীৰ প্ৰচুৰ লাভ। সমস্ত ক্ষেত্ৰত সাফল্য় লাভ সম্ভৱ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। স্বাস্থ্য ভালে থাকিব। বৃহস্পতিৰ আশীৰ্বাদত দীৰ্ঘদিন ধৰি হৈ থকা কোনো ৰোগ দূৰ হ’ব। দাম্পত্য আৰু প্ৰেম জীৱনৰ বাবে এই সময় শুভ।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে বৃহস্পতিৰ অস্ত দশাত ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ অষ্টম স্থানত বৃহস্পতি অস্ত যাব। এই ৰাশিৰ জাতকে ব্যৱসায়, চাকৰিত প্ৰচুৰ লাভ অৰ্জন কৰিব। কেৰিয়াৰত ভাল ফল লাভ কৰিব। নতুন চাকৰিৰ সন্ধানত থকাসকল লাভাম্বিত হ’ব। ব্যৱসায়ীসকলেও  প্ৰচুৰ মুনাফা অৰ্জন কৰিব। আকস্মিক ধন লাভৰ ওপৰিও অৰ্থ সঞ্চয়তো সফল হ’ব। প্ৰেম জীৱন শুভ। প্ৰেম বিবাহত সফল হ’ব। অবিবাহিতাই বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম
জীৱনশৈলী

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

November 20, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

November 20, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

November 20, 2026
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!
বিনোদন

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

November 20, 2026
Next Post
অসমলৈ বোৱাৰী হৈ অহাৰ সপোন পূৰণ নহ’ল! শান্তনুৱে এইকেইটা কাৰণতেই বিচ্ছেদ ল’লে শ্ৰুতিৰ পৰা…

অসমলৈ বোৱাৰী হৈ অহাৰ সপোন পূৰণ নহ’ল! শান্তনুৱে এইকেইটা কাৰণতেই বিচ্ছেদ ল’লে শ্ৰুতিৰ পৰা…

৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.