• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

2 years ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

1 minute ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

4 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

4 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

5 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

5 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

6 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

8 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

8 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

10 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ

editor by editor
April 27, 2024
in খাদ্য, জীৱনশৈলী, বিশ্ব, ভাৰত
0
৫৫৭ বিধ ভাৰতীয় খাদ্যত পোৱা গৈছে কৰ্কট ৰোগৰ উপাদান! ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদনৰ পাছতেই বিশ্বত হাহাকাৰ
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ ৫২৭ বিধ খাদ্যসামগ্ৰীত পোৱা গৈছে ক্ষতিকাৰক কেমিকেল৷ যিয়ে আনিব পাৰে কৰ্কটৰ দৰে মাৰণৰোগ৷ এই চাঞ্চল্য়কৰ দাবী কৰিছে ইউৰোপীয় ইউনিয়নৰ খাদ্য়সুৰক্ষা বিভাগে৷ এই বিষয়টোক লৈ বিগত কেইবাদিনো ধৰি অব্য়াহত আছে চৰ্চা৷ EEUৰ ৰিপৰ্টত কোৱা হৈছে যে ভাৰতৰ ৫২৭ বিধ খাদ্য়বস্তুত এই ক্ষতিকৰ পদাৰ্থ পোৱা গৈছে যি মানৱদেহৰ বাবে ক্ষতিকাৰক৷

এভাৰেষ্ট MDHসহ কেইবাটাও ভাৰতীয় মছলা প্ৰস্তুতকাৰক সংস্থাৰ পণ্য়ত নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি পৰিমাণৰ ইথিলিন অক্সাইড পোৱা গৈছে৷ যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ইউৰোপীয় ইউনিয়নে৷ কাৰণ EEUৰ অন্তৰ্ভূক্ত দেশসমূহক খাদ্য়ত ইথালিন অক্সাইডৰ ব্য়ৱহাৰ নিষিদ্ধ৷ ইতিমধ্য়েই ভাৰতৰ পৰা যোৱা কেইবাবিধো খাদ্য় ভাৰতৰ পৰা ওলাই যোৱাৰ সময়ত সীমান্ততেই বাতিল কৰি দিয়া হৈছে৷ বজাৰতো কেইবাবিধ ভাৰতীয় পণ্য়ৰ বিক্ৰি বন্ধ কৰা হৈছে৷

কেইটামান দিনৰ পূৰ্বে ভাৰতৰ মছলা প্ৰস্তুতকাৰক সংস্থা এভাৰেষ্টৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ আনিছিল ছিংগাপুৰৰ খাদ্য়সুৰক্ষা দপ্তৰে৷ সংস্থাৰ জনপ্ৰিয় ফিছকাৰি মছলাৰ বিপজ্জনক মাত্ৰাত কীটনাশক মিহলি কৰাৰ প্ৰমাণ লাভ কৰিছে৷ যাৰবাবে বিবৃত্তি জাৰি কৰি ভাৰতৰ পৰা যোৱা মছলাৰ আমদানি বন্ধ কৰিছে ছিংগাপুৰ চৰকাৰে৷

ক্ষতিকাৰক উপাদান মিহলি কৰাৰঅ অভিযোগ উঠিছে আন এক ভাৰতীয় মছলা উৎপাদনকাৰী সংস্থা MDHৰ বিৰুদ্ধেও৷ এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই ভাৰতীয় খাদ্য় সামগ্ৰীক লৈ পৰীক্ষা-নিৰীক্ষা কৰিছে EEUৰ খাদ্য়সুৰক্ষা বিভাগে৷ ইয়াৰ পাছতেই এটা ৰিপৰ্ট দাখিল কৰা হৈছে৷ ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি এথিলিন অক্সাইড সাধাৰণ কৃষিকামত কীটনাশক হিচাপে ব্য়ৱহাৰ কৰা হয়৷ বহু দেশত এই কীটনাশকৰ ব্য়ৱহাৰ নিষিদ্ধ৷ কিছুক্ষেত্ৰত অনুমোদনযোগ্য় পৰিমাণৰ ব্য়ৱহাৰৰ অনুমতি আছে৷

ছিংগাপুৰৰ খাদ্য় দপ্তৰৰ অভিযোগ আছিল, অনুমোদন অবিহনে বেছিকৈ কীটনাশক ব্য়ৱহাৰ কৰা হৈছে এভাৰেষ্ট ফিছ কাৰি মছালাত৷ যি মানুহৰ স্বাস্থ্য়ৰ বাবে খুবেই ক্ষতিকৰ৷ ভাৰতৰ মছলাৰ আমদানি বন্ধ কৰিবলৈ দিয়া বিবৃতিত ছিংগাপুৰে জনাইছে যে, যিসকলে এই মছলা খাদ্য়ত ব্য়ৱহাৰ কৰি আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
Next Post
চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.