• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

1 year ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

16 minutes ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

41 minutes ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

1 hour ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

18 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

19 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

19 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

20 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

20 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

21 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

22 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

23 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

editor by editor
July 2, 2025
in জীৱনশৈলী
0
৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন
0
SHARES
11.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওন মাহ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে মিথুন ৰাশিত দেৱগুৰু বৃহস্পতিৰ উদয় হব৷ বৰ্তমান মিথুন ৰাশিত অস্তাচলত আছে বৃহস্পতি৷ আগন্তুক ৯ জুলাইৰ পুৱা ৪ বাজি ৪০ মিনিটত বৃহস্পতিৰ উদয় হব৷ ইয়াৰ ফলত বিভিন্ন ৰাশিৰ জাতকে পেছাগত জীৱনত শুভ প্ৰভাৱ পৰিব পাৰে৷ জ্যোতিষ গণনা অনুসৰি বৃহস্পতিৰ উদয়ৰ প্ৰভাৱত বিশেষকৈ পাঁচ ৰাশিৰ জাতক দুৰ্দান্তভাৱে লাভৱান হব৷ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ পাব এওঁলোকে৷ জানি থওক বৃহস্পতিৰ টোপনি ভাঙিলে ভাগ্য চমকি উঠিব কোন কোন ৰাশিৰ জাতকৰ?

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱ বৃষ ৰাশিত

বৃহস্পতিৰ উদয় হলে নানান পজিটিভ পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ কথাবাৰ্তাত বুদ্ধিৰ আভা থাকিব৷ আপোনাৰ কথা মন দি শুনিব সকলোৱে৷ পাৰিবাৰিক জীৱনত সুখ থাকিব৷ উপাৰ্জন বাঢ়িব৷ ফলত সঞ্চয়ৰ পৰিমাণো বাঢ়িব পাৰে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ আহিব৷

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱ মিথুন ৰাশিত

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱত জীৱনত নানান ক্ষেত্ৰত সাফল্য পাব মিথুন ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পঢ়াশুনাতো বৃহৎ সাফল্য লাভৰ যোগ আছে৷ নিজৰ লক্ষ্যৰ উপনীত হব৷ বিবাহৰ কথাও চলিব পাৰে৷ দাম্পত্য জীৱনত সমস্যা কমিব৷

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱ কৰ্কট ৰাশিত

গুৰুগ্ৰহ উদিত হলে মানসিক শান্তি পাব কৰ্কট ৰাশিৰ জাতকে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ পূজা, তীৰ্থযাত্ৰা আৰু সামাজিক কামত অৰ্থ আৰু সময় বিনিয়োগ কৰিলে তাৰ সম্পূৰ্ণ ফল আপুনি পাব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ পৰিশ্ৰমৰ সুফল পাব৷

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱ ধনু ৰাশিত

ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ বৃহস্পতি উদিত হলে দাম্পত্য জীৱনত সুখ বাঢ়িব এই ৰাশিৰ জাতকৰ৷ নতুন সম্পত্তি ক্ৰয়ৰ ইচ্ছা পূৰণ হব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পাব পাৰে৷ মনৰ বহুদিনীয়া পুৰণি কোনো ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে৷ এই সময়ত আপোনাৰ আয় বাঢ়িব৷

বৃহস্পতিৰ উদয়ৰ প্ৰভাৱ কুম্ভ ৰাশিত

বৃহস্পতিৰ উদয় হলে নানানধৰণে লাভৱান হব কুম্ভ ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰ ব্যাপক উন্নতি হব৷ নিজৰ সকলো পৰিকল্পনা আপুনি সাৰ্থক ৰূপায়ণ কৰিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰাৰ বাবেও এই সময় ভাল৷ কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে৷ সন্তানে পঢ়াশুনাত ভাল ফল লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Next Post
শেষ ইচ্ছা লিখিছিল যাত্ৰীয়ে, তাৰপিছত কি হ’ল জাপানৰ এই বিমানখনত থকা যাত্ৰীৰ সৈতে, চাওক ভিডিঅ’

শেষ ইচ্ছা লিখিছিল যাত্ৰীয়ে, তাৰপিছত কি হ’ল জাপানৰ এই বিমানখনত থকা যাত্ৰীৰ সৈতে, চাওক ভিডিঅ’

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.