• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই…

কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই…

3 years ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

21 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

47 minutes ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

1 hour ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

3 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

4 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

7 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

7 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

8 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

8 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই…

editor by editor
December 17, 2022
in Uncategorized
0
কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই…
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ক’লা চাউল খাইছেনে? নাখালেও নিশ্চয় ক’লা চাউলৰ বিষয়ে আপুনি শুনিছে৷ ক’লা চাউল স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বহু সময়তে চৰ্চা হয়৷ কিন্তু ক’লা চাউল খালে আমি কি কি ৰোগৰ পৰা ৰক্ষা পাব পাৰো সেই বিষয়ে বহুতেই নাজানো৷ ক’লা চাউলত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমানে থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ক’লা চাউল খালে শৰীৰত বিশেষভাৱে ৪ টা লাভালাভ হয়েই৷

ক’লা চাউলে দৃষ্টিশক্তি বঢ়াই
চিকিৎসকে জনোৱা অনুসৰি ক’লা চাউলত এণ্টি-অক্সিডেণ্ট গেক্সান্থিন আৰু লুটিন থাকে। এই এণ্টি-অক্সিডেণ্টৰ বাবে দৃষ্টিশক্তি বঢ়াৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷

ক’লা চাউল পুষ্টিহীনতাত ভোগা ৰোগীৰ বাবে অতি উত্তম

ক’লা চাউলত আঁহ, প্ৰ’টিন আৰু লো থাকে। ক’লা চাউল খালে শৰীৰে পুষ্টি লাভ কৰাৰ উপৰিও পাচন তন্ত্ৰৰ বিপাকত ই বিশেষভাৱে সহায় কৰে৷

হৃদৰোগীৰ বাবে উপকাৰী

ক’লা চাউল খোৱাৰ ফলত হৃদৰোগৰ সমস্যাৰ দূৰ হয়৷ দৰাচলতে, ইয়াত ফ্লেভোনইড নামৰ এক উপাদান থাকে, যি হৃদৰোগ আঁতৰ কৰাত সহায় কৰে। ক’লা চাউলে শৰীৰত এন্থোচাইনিন কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ উন্নত কৰাত সহায় কৰে৷

কৰ্কটৰ পৰা হাত সাৰিবলৈ ক’লা চাউল খাব লাগে

প্ৰতিসাঁজ খাদ্যতেই ক’লা চাউল খালে কৰ্কট ৰোগৰ পৰা ৰক্ষা পাব পাৰি৷ এই ক’লা চাউলত এন্থোচাইনিন পোৱা যায় যাৰ বাবে ক’লা চাউল সিজালে বেঙুনীয়া হৈ পৰে। এই চাউলত কৰ্কটৰ প্ৰতিষেধক এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?

আপুনি পৰজন্মত কি হ’ব? কি কয় গৰুড় পুৰাণে?

আপুনি পৰজন্মত কি হ’ব? কি কয় গৰুড় পুৰাণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.