• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?

4 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

49 minutes ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

1 hour ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

2 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

3 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

3 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

4 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

5 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

6 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

6 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

7 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

8 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?

editor by editor
December 17, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় নাৰী! ইয়াৰ আঁৰত যৌনতাকে ধৰি আৰু কি কি দিশ জড়িত হৈ আছে?
0
SHARES
24k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শুনি আচৰিত হ’লেও এয়াই সত্য৷ বৃদ্ধ পুৰুষৰ লগতহে যৌনতাত চৰম সুখ লাভ কৰে নাৰীয়ে। বেছি সংখ্যক নাৰীয়ে বয়সীয়াল পুৰুষৰ সৈতে যৌনমিলন কৰিবলৈ আগ্ৰহী। নিজতকৈ ৩০/৩৫ বছৰ ডাঙৰ পুৰুষ নোপোৱাৰ বাবেই ইটালীৰ ৬২ শতাংশ যুৱতীয়ে বিবাহপাশত আবদ্ধ নোহোৱাকৈ আছে৷ জাৰ্মানী, আমেৰিকা আৰু গ্ৰেটব্ৰিটেইনৰ যুৱতীৰ ওপৰত চলোৱা গৱেষণাটো পোহৰলৈ আহিছে একেই তথ্য৷ বয়সীয়াল পুৰুষক নাৰীয়ে বাছি লোৱাৰ কাৰণ দাঙি ধৰিছে এই গৱেষণাই৷ ৰয়েল চ’ছাইটি অৱ মেডিকেল ছায়েঞ্চৰ জৰীপত পোৱা হৈছে এই তথ্য। নাৰীয়ে বয়সীয়াল পুৰুষকেই সংগী হিচাপে পাবলৈ আগ্ৰহী হয়৷

প্ৰথম কাৰণ হিচাপে পোৱা গৈছে যে, বয়সীয়াল পুৰুষসকল মৰমিয়াল আৰু সহনশীল হয়। তেনে পুৰুষে নাৰীৰ আবেগ অনুভূতি সহজে বুজিব পাৰে৷ বয়সীয়াল পুৰুষসকল অভিজ্ঞ আৰু সততে জ্ঞানী হয়। সেইবাবে তেনে পুৰুষৰ ওচৰত নাৰী নিৰাপদ অনুভৱ কৰে৷ বয়সীয়াল পুৰুষসকল যৌন কৰ্মত পাকৈত হয়। তেওঁলোকে নাৰীক চৰম যৌনসুখ দিব পাৰে। ৫০ বছৰতকৈ আধিক বয়সৰ পুৰুষে যৌন সংগমক যৌন কলা হিচাপে প্ৰয়োগ কৰিব জানে। নাৰীয়ে আৰ্ট অব চেক্স ভালপাই।

বয়সীয়াল পুৰুষসকলৰ সমাজত এক সুকীয়া পৰিচয় থাকে। তেওলোক সাধাৰণতে সুপ্ৰতিষ্ঠিত হয়। সেইবাবে তেনে পুৰুষে নাৰীক সামাজিক আৰু আৰ্থিক সুৰক্ষা তথা নিৰাপত্তা দিব পাৰে। কিন্তু তাৰ বিপৰীতে কম বয়সীয়া পুৰুষসকল নিজে পিতৃ মাতৃ, পৰিয়াল অথবা অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেনে পুৰুষৰ ওচৰত নাৰীয়ে পূর্ণ স্বাধীনতা নাপাই। নাৰীয়ে স্বামী অথবা জীৱন সংগীৰ ওচৰত শিশুৰ দৰে ওমলিব বিচাৰে। শিশুৰ দৰে হাঁহি স্ফুৰ্তি কৰিব বিচাৰে। বয়সীয়াল পুৰুষে নাৰীক অবাধ স্বাধীনতা দিয়ে।

বয়সীয়াল পুৰুষৰ মাজত নাৰীয়ে বন্ধু, অভিভাবক, গুৰু, আৰু পিতৃ মাতৃক বিচাৰি পায়। তেনে পুৰুষৰ ওচৰত জীৱনৰ গোপন কথাও নিঃসংকোচে প্ৰকাশ কৰিব পাৰি। বয়সীয়াল পুৰুষসকল সাধাৰণতে দয়াশীল আৰু ক্ষমাশীল হয়। বয়সীয়াল পুৰুষে দীর্ঘ সময় ফ’ৰপ্লে কৰি নাৰীক সকলো যৌন সুখ দিব পাৰে। ৫০ বছৰতকৈ আধিক বয়সৰ পুৰুষৰ সহজে বীর্যপাত নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
আপুনি পৰজন্মত কি হ’ব? কি কয় গৰুড় পুৰাণে?

আপুনি পৰজন্মত কি হ’ব? কি কয় গৰুড় পুৰাণে?

Sunsilk Shampo-ৰ বিনামূলীয়া বিজ্ঞাপন! একে ৰাতিতেই চৰ্চাত কিয় Sunsilk Shampoo?

Sunsilk Shampo-ৰ বিনামূলীয়া বিজ্ঞাপন! একে ৰাতিতেই চৰ্চাত কিয় Sunsilk Shampoo?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.