• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Sunsilk Shampo-ৰ বিনামূলীয়া বিজ্ঞাপন! একে ৰাতিতেই চৰ্চাত কিয় Sunsilk Shampoo?

3 years ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

1 minute ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

16 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

17 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

18 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

19 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

20 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

21 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Sunsilk Shampo-ৰ বিনামূলীয়া বিজ্ঞাপন! একে ৰাতিতেই চৰ্চাত কিয় Sunsilk Shampoo?

editor by editor
December 17, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী
0
Sunsilk Shampo-ৰ বিনামূলীয়া বিজ্ঞাপন! একে ৰাতিতেই চৰ্চাত কিয় Sunsilk Shampoo?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যজুৰি এতিয়া ট্ৰেণ্ডিঙত Sunsilk Shampoo। কেনেকৈ চেম্পুবিধ চৰ্চালৈ আহিল? এই ট্ৰেণ্ড আৰম্ভ হৈছে এখন বিয়াক কেন্দ্ৰ কৰি৷ প্ৰথমে আহিছিল এখন বিয়া ভঙাৰ খবৰ। কইনা পক্ষৰ অভিযোগ দৰা পক্ষৰ বিৰুদ্ধে, দৰা পক্ষইয়ো প্ৰতি অভিযোগ আনিছে কইনা পক্ষৰ বিৰুদ্ধে। বিয়াখনক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা। কোনোৱে যদি দৰা পক্ষক সমালোচনা কৰিছে, কোনোৱে আকৌ কইনা পক্ষক। ভুল কাৰ আছিল সেয়া কোনেও নাজানে৷ কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডিঙত আছে Sunsilk Shampoo।

Sunsilk Shampooৰ চৰ্চা আৰম্ভ হোৱাৰ আঁৰতেই এই বিয়াখন৷ বিয়াখন ভঙাৰ পিছতে দৰা দিব্যজ্যোতি তালুকদাৰে ৰাজহুৱা কৰিছিল কইনাই দিয়া WhatsApp মেছেজৰ স্ক্ৰীণশ্বট। এই মেছেজবোৰৰ মাজত জোৰোণত Sunsilk Shampoo দিয়াক লৈও ইতিকিং কৰা এটা মেছেজ দেখা গৈছিল। কইনাই দিয়া মেছেজটোত লিখা আছিল, ‘Sunsilk চেম্পু মই ব্যৱহাৰ নকৰো।’ ছচিয়েল মিডিয়াত স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছত এই মেছেজটোক লৈয়ে এতিয়া একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্নধৰণে মিম বনাই থকাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
জীৱনশৈলী

May 6, 2026
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?
জীৱনশৈলী

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

May 5, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

Next Post
ভাৰতীয় ৰজাৰেই বহুকেইগৰাকী আছিলনে! ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? 

এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…

এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন