• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…

এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…

4 years ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

24 minutes ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

1 hour ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

2 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

3 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

4 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

5 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

6 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

6 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

6 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

7 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…

editor by editor
December 18, 2022
in অপৰাধ, ভাৰত
0
এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰদ্ধাৰ শেষ নহয়! আকৌ এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে দেশত। ঝাৰখণ্ডৰ চাহেবগঞ্জত সংঘটিত হোৱা ঘটনাটো পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে সচেতনমহল। দিলদাৰ আনছাৰী নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি দিলদাৰ আনছাৰীয়ে তেওঁৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু তাৰ পিছত মৃতদেহটো ১২ টুকুৰাকৈ কাটি পেলাই দিছিল। শেহতীয়াভাৱে আৰক্ষীয়ে অভিযুক্ত স্বামী দিলদাৰ আনছাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

মাত্ৰ ১৫ দিনীয়া সাংসৰিক জীৱন আছিল দুয়োৰে

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মহিলাগৰাকীৰ নাম আছিল ৰবিতা পাহদিন। জনজাতীয় সম্প্ৰদায়ৰ কন্যা ৰবিতা আৰু দিলদাৰ আনছাৰীয়ে মাত্ৰ ১৫ দিনহে একেলগে আছিল। ৰবিতা আছিল দিলদাৰৰ দ্বিতীয় পত্নী। বহু বছৰ ধৰি দিলদাৰ আনছাৰী আৰু ৰবিতা প্ৰেমৰ সম্পৰ্কত আছিল। চলিত বছৰৰ ডিচেম্বৰৰ আৰম্ভনিতেই দুয়ো আবদ্ধ হৈছিল বিবাহপাশত। বিগত শুকুৰবাৰে নিশা দিলদাৰে হত্যা কৰিছে পত্নী ৰবিতাক।

ৰবিতাক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ
ঘটনাৰ পাছতই শনিবাৰে সন্ধিয়া বোৰিঅ ছান্তালি অঞ্চলৰ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণাধীন ভৱনৰ পিছফালৰ পৰা মানুহৰ ভৰিৰ টুকুৰা এটা পোৱা গৈছিল, ভৰিৰ টুকুৰাটো পোৱাৰ পাছতেই আৰম্ভীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ অভিযানত ৰবিতাৰ শৰীৰৰ বহুকেইটা অংশই উদ্ধাৰ হয়। ইয়াৰ পাছতেই ৰবিতাৰ স্বামীক আৰক্ষীয়ে আটক কৰে। আটক কৰাৰ পাছতেই হত্যাকাণ্ডটোত ব্যৱহৃত দুখনকৈ চোকা অস্ত্ৰ মোমায়েক মইনুল আনছাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে।

কি কয় আৰক্ষীয়ে?
চাহেবগঞ্জৰ এছপিয়ে প্ৰকাশ কৰা অনুযায়ী মৃতদেহৰ টুকুৰা উদ্ধাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে মৃতদেহটো ৰবিতাৰ বুলি চিনাক্ত কৰিছে। ২২ বছৰীয়া ৰবিতাৰ শৰীৰৰ ১২ টা টুকুৰা বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে। মৃতদেহৰ কিছু অংশৰ সন্ধান বৰ্তমানো আৰক্ষীয়ে লাভ কৰা নাই। আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতেই হত্যাকাৰী স্বামী দিলদাৰৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা ল’ব সেয়াহে লক্ষ্যনীয় বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে
প্ৰযুক্তি

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

August 11, 2026
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!
ভাৰত

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

August 11, 2026
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়
ভাৰত

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

August 11, 2026
Next Post
শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.