• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

3 years ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

20 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

40 minutes ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

56 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

1 hour ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

3 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

5 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

5 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

editor by editor
December 18, 2022
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মীয় পৰম্পৰা জটিলতাৰ সন্মুখীন হ’লে প্ৰায়সংখ্যক লোকেই ভগৱান শিৱক ধ্যান কৰে। প্ৰতিমাহে অন্তত দুদিনকৈ হলেও শিৱৰ ব্ৰত ৰাখে। কৃষ্ণা আৰু শুক্লা পক্ষত এই ব্ৰত ৰাখে বহুতেই। ২১ ডিচেম্বৰ ২০২২ ত অন্তিমটো ব্ৰত পালন কৰিব বহুসংখ্যকেই। কিন্তু নতুন বছৰত শিৱক কেতিয়া কেনেকৈ উপাসনা কৰিব সেই সম্পৰ্কে নতুন বছৰৰ আৰম্ভনিতেই জানি লওক। ২০২৩ বৰ্ষত প্ৰথম প্ৰদোষ ব্ৰত পৰিছে ৪ জানুৱাৰী তাৰিখে। ধৰ্মীয় বিশ্বাস অনুযায়ী এই উপবাসে বৈবাহিক জীৱনত অহা জটিলতা, সমস্যা ইত্যাদি দুৰ কৰাত সহায় কৰে। পৰিয়ালত শান্তি বৰ্তী থাকিবলৈকে এই উপবাস অতিকৈ প্ৰয়োজন বুলি বহুতেই ক’ব খোজে।

এই উপবাস ৰাখিলে বিবাহিত জীৱনত সুখ, সন্তান সুখ, যোগ্য দৰা, সম্পদ আদি লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস। বৈবাহিক জীৱনৰ সমস্যা দূৰ কৰিবলৈ আৰু পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে প্ৰদোষ ব্ৰতৰ দিনা কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

পৌষ কৃষ্ণ ত্ৰয়োদশী তিথি আৰম্ভ হ’ব ২১ ডিচেম্বৰৰ পুৱা ১২ বাজি ৪৫ মিনিটৰ পৰা। পৌষ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি সমাপ্ত হ’ব ২১ ডিচেম্বৰৰ নিশা ১০ বাজি ১৬ মিনিটত।উপাসনাৰ শুভ সময় সন্ধিয়া ৫ বাজি ৩৮ মিনিটৰ পৰা সন্ধিয়া ৮ বাজি ২১ মিনিটলৈ। দ্বিতীয় পৌষ প্ৰদোষ ব্ৰত ২০২৩ চনৰ ৩ জানুৱাৰীত। পৌষ কৃষ্ণ ত্ৰয়োদশী তিথি ৩ জানুৱাৰী নিশা ১০ বাজি ১ মিনিটৰ পৰা আৰম্ভ হ’ব। পৌষ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি সমাপ্ত হ’ব ৫ জানুৱাৰী দিনৰ ১২বজাত। পূজা কৰাৰ মুহূৰ্ত সন্ধিয়া ৫ বাজি ৪৭ মিনিটৰ পৰা ৮ বাজি ২৯ মিনিটলৈ।

যদি বিবাহিত জীৱনত সমস্যাই দেখা দিয়ে। স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয়, তেন্তে প্ৰদোষ ব্ৰতৰ দিনা, সন্ধিয়া ভোলেনাথক গোলাপজল আগবঢ়াওক। দেৱী পাৰ্বতীৰ চৰণত ইয়াক অৰ্পণ কৰিব লাগে। পূজাৰ শেষত সেই গোলাপজল আপোনাৰ চকুত লগাওক। এইদৰে কৰিলে বৈবাহিত জীৱনক সুখৰ হয় বুলি শাস্ত্ৰই দাবী কৰে।

যদি সঙ্গীৰ সৈতে মতভেদ হয়, সৰু সৰু কথাক লৈয়েই বিবাদ হয় তেনেহলে প্ৰদোষ ব্ৰতৰ দিনা,২১ পাহ ৰঙা গোলাপ আৰু চন্দন শিৱলিঙ্গৰ সন্মুখত স্বামী-স্ত্ৰীয়ে একেলগে অৰ্পন কৰিলে বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
Next Post
মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

মেছি... মেছি... মেছি... অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.