• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

4 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

5 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

6 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

6 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

6 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

7 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

8 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

9 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

10 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

11 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

editor by editor
December 18, 2022
in ক্ৰীড়া, বিশ্ব, লেখা
0
মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৮৭ চনৰ ২৪ জুন। এই দিনটোতে আৰ্জেণ্টিনাত জন্ম হৈছিল মহা তাৰকা মেছিৰ। এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা এজন কিশোৰে যে এদিন ফুটবলেৰে বিশ্বজয় কৰিব সেই সময়ত কোনোৱে চিন্তা কৰা নাছিল। কিয়নো ১১ বছৰ বয়সতে মেছি আক্ৰান্ত হৈছিল দুৰাৰোগ্য ৰোগত। তাৰপাছত আৰু বিশ্বজয়ৰ সপোনৰ কথা জানো কোনোবাই ভাবিব পাৰে।

সময়ৰ সৈতে আগবাঢ়ে বয়স। কিন্তু মেছিৰ ক্ষেত্ৰত জানো কোনোৱে বিচাৰে, প্ৰিয় ফুটবল তাৰকাগৰাকীক বাৰ্ধক্যই কোঙা কৰক। মানিব নোৱাৰিলেও, এয়াই শেষ খেল মেছিৰ। আগন্তুক বিশ্বকাপত কমেণ্টাৰীত আৰু শুনা নাপাব মেছিৰ নাম। আজি কাটাৰৰ লুছেইল ষ্টেডিয়াম সাক্ষী হ’ব লিয়োনেল মেছিৰ অন্তিমখন খেলৰ।

খেলৰ পাৰদৰ্শিতাৰ বাবেই লিয়োনেল মেছি আজি বিশেষভাৱে চৰ্চাত আছে এনে নহয়। সেই মহান তাৰকা, ফুটবলৰ জাদুগৰ, GREATEST OF ALL TIME খ্যাত লিয়োনেল মেছি সাজু হৈছে জীৱনৰ অন্তিম বিশ্বকাপৰ বাবে। মেছি আত্মবিশ্বাসী। এইবাৰ বিশ্বকাপ আৰ্জেণ্টিনাই জয় কৰিবই। বাধাৰ সকলো প্ৰাচীৰ ভাঙি বিশ্বকাপ লৈ যাব নিজ দেশলৈ। বিদায় বেলাত দেশবাসীৰ হাতত তুলি দিব আন এক বৃহৎ সাফল্য।

ফুটবল কেৰিয়াৰত এটাৰ পিছত আনটো সফলতা অৰ্জন কৰা লিয়নেল মেছি নতশিৰ মাত্ৰ বিশ্বকাপ ট্ৰফীটোৰ সন্মুখত। ৫ বাৰ বিশ্বকাপ ফুটবল খেলিও এবাৰো চেম্পিয়ন হ’ব পৰা নাই লিয়নেল মেছিৰ দলটো। সকলো সফলতা পোৱাৰ পাছতো কেৱল বিশ্বকাপ জয়ৰ বাবে থমকি ৰৈছে লিয়নেল মেছি। দৃঢ় বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে মানুহৰ ভাগ্যকো সলনি কৰিব পাৰে সেই বিশ্বাসেৰে অন্তিমখন বিশ্বকাপত ট্ৰফী হাতত তুলি ল’বলৈ আত্মবিশ্বাসী মেছি।

অতি কম বয়সৰে পৰা ফুটবল খেলা এইজন মহান তাৰকাক চিনি নোপোৱা বহুত কম মানুহ ওলাব। আনকি মেছিক সেইজনেও চিনি পায় যিজনে ফুটবলৰ বিষয়েই একো নাজানে। সৰু কালতে গ্ৰোথ হৰ্মোন ডিফিচেন্সীত ভুগিছিল এইজন তাৰকা। কিন্তু অসুখ হেঙাৰ নহ’ল তেওঁ দৃহ মনটোৰ কাষত। আইতাকে বিচাৰিছিল মেছি এজন খ্যাতনামা ফুটবলাৰ হওক। এফালে আইতাকৰ সপোন, আনফালে অসুখ! মেছিৰ কোমল মনত তেতিয়া কেৱল মাত্ৰ উজলি থাকে ফুটবলটো।

দৃঢ়মনা মনটোৰ বাবেই মেছিয়ে সকলো বাধাৰ প্ৰাচীৰ ভাঙি বিশ্ববিখ্যাত ফুটবলাৰৰূপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিলে। এনেকৈয়ে ফুটবলটো সামৰি এটা দুটাকৈ ৩৫ বা বসন্ত কোন বাটে কেনি গ’ল ধৰিবকেই নোৱাৰিলে কোনোৱে। তথাপিও সকলোৰে আশা প্ৰিয় ফুটবলাৰগৰাকীয়ে দুভৰিৰ যাদু দেখুওৱাৰ পৰা আঁতৰি নাযাওক। কিন্তু সকলোৰে এটা সময় থাকে। মেছিয়েও বিচাৰিছে চাপত আৰু তেওঁ বিশ্বকাপ নেখেলে। বয়স থাকোতেই দেশলৈ সন্মান কঢ়িয়াই স-সন্মানে ফুটবলৰ পৰা বিদায় ল’বলৈ। অৱশ্যে দেওবাৰে ফ্ৰান্সৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত বিশ্বকাপ জয়ৰ স্বপ্ন পূৰণ হ’বনে মেছিৰ সেয়াহে লক্ষ্যনীয় বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

সমীক্ষাই কৈছে, যুৱকতকৈ বয়স্ক লোকহে এডাল্ট ছাইটত অধিক সক্ৰিয়…

সমীক্ষাই কৈছে, যুৱকতকৈ বয়স্ক লোকহে এডাল্ট ছাইটত অধিক সক্ৰিয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.