• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

12 months ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

12 hours ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

14 hours ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

1 day ago
AIUDF

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

2 days ago
অনুষ্কা

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

2 days ago
সোণ

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

2 days ago
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

4 days ago
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

4 days ago
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

4 days ago
ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

4 days ago
এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 days ago
সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
Friday, December 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

editor by editor
December 18, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ফেশ্বন, বিশ্ব, ভাৰত
0
শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?
0
SHARES
12.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীতকালত সকলোৰে প্ৰধান এটা সমস্যা হৈছে চুলিত হোৱা উফি। উফিৰ বাবে চুলি লেতেৰা হোৱাই নহয় খজুৱতিও হয়। বহুতেই এই সমস্যাৰ সমাধান বিচাৰি বিভিন্ন উপায় অৱলম্বন কৰে। ঘৰুৱা কেইটামান পদ্ধতি অৱলম্বন কৰিয়েই উফিৰ সমস্যা আঁতৰাব পাৰি।

নিমৰ পাত ব্যৱহাৰ কৰক

এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণাগুণ সমৃদ্ধ নিমপাতে মুৰৰ পৰা উফি আঁতৰ কৰাত সহায় কৰে। মূৰত হোৱা খজুৱতি আঁতৰাবলৈও নিম পাত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে পোনতে নিমপাত পানীত উতলাই ল’ব লাগে। নিমপানী সিজোৱা পানীৰে মূৰ ধোৱ লাগে। এনেদৰে মূৰ ধুলে উফিৰ সমস্যা আঁতৰ হয়। পানীত মিহলি নকৰাকৈ নিমৰ ৰস ব্যৱহাৰ কৰিলে ই ছালত জ্বলা-পোৰাৰ সৃষ্টি কৰিব পাৰে।

নহৰুৰ ব্যৱহাৰ কৰিব পাৰে

কেৱল খাদ্যতে নহয় চুলিতো নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ এণ্টিফাংগাল গুণাগুণবোৰে উফি আঁতৰ কৰাত সহায় কৰে। ২ টা নহৰু পিহি পানীত মিহলি কৰি ল’ব। নহৰু মিহলি পানীখিনি মূৰৰ ছালত লগাই কিছু সময়ৰ পিছত ধুই পেলাওক। নহৰুৰ গোন্ধ প্ৰতিহত কৰিবলৈ মিশ্ৰণটোত মৌ মিহলি কৰিব পাৰে।

মেথি চুলিব বাবে অতি উত্তম

চুলিৰ পৰা উফি আঁতৰাবলৈ মেথিৰ গুটি ব্যৱহাৰ কৰিব পাৰে। মেথি গুটি নিশাটো তিয়াই ৰাখক। কোমল হৈ পৰাৰ পাছত মেথিখিনি পিহি ল’ব। পিহাৰ পাছতেই সেই পেষ্ট খিনি মূৰৰ ছালত ভালদৰে লগাই এঘণ্টাৰ পাছত ধুই পেলাব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপিল শৰ্মা
বিনোদন

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

November 30, 2023
আৰক্ষী
অপৰাধ

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

November 30, 2023
AIUDF
অসম

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

November 29, 2023
অনুষ্কা
অসম

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

November 29, 2023
Next Post
বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

মেছি... মেছি... মেছি... অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.