• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ৰজাৰেই বহুকেইগৰাকী আছিলনে! ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? 

ভাৰতীয় ৰজাৰেই বহুকেইগৰাকী আছিলনে! ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? 

4 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

7 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

7 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

8 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

9 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

9 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

10 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

11 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

11 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

12 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

13 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় ৰজাৰেই বহুকেইগৰাকী আছিলনে! ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? 

editor by editor
December 17, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
ভাৰতীয় ৰজাৰেই বহুকেইগৰাকী আছিলনে! ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? 
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পূৰ্বতে ৰজা মহাৰজাসকলৰ কেইবাগৰাকীও ৰাণী আছিল৷ বুৰঞ্জীৰ পাতত আমি সেই বিষয়ে পঢ়িবলৈ পাই আহিছো৷ কেৱল ভাৰততেই ৰজা মহাৰজাসকলে বহুকেইগৰাকী পত্নী বিয়া কৰাইছিল এনে নহয়৷ ছৌদি আৰৱৰ ৰজাসকলে বহু পত্নীক বিবাহ কৰাই বহু সন্তানৰ পিতৃও হৈছিল৷ সাধাৰণতে ছৌদি আৰবৰ ৰজাসকলৰ ক্ষেত্ৰত এই পৰম্পৰা আছিল বুলি ইতিহাসত উল্লেখ আছে৷

যুদ্ধত জয়লাভ কৰা ৰাষ্ট্ৰসমূহ দখল কৰি সেই ৰজাৰ কন্যাক বিয়া কৰাই পাৰিবাৰিক সম্পৰ্ক গঢ়ি তোলাৰ পাছত দেশ বা ৰাষ্ট্ৰৰ ভিতৰত গৃহযুদ্ধৰ আশংকা বহু পৰিমাণে কমি যায়৷ ইয়াৰ ফলত ৰজাই দেশ শাসন কৰাৰ পথ অধিক সূচল হৈ পৰে৷ সেই পন্থা ছৌদিৰ ৰজাইয়ো অৱলম্বন কৰিছিল৷

এইদৰে তথাকথিত শান্তি বজাই ৰখাৰ স্বাৰ্থত ছৌদিৰ ৰজাসকলে বহু ৰাণীক বিবাহ কৰোৱাৰ পাছতে বহু সন্তানৰ পিতৃ হৈছিল৷ অৱশ্যে কিছু ৰজাই স্বেচ্ছাই বহুবিবাহ কৰাইছিল৷ সেয়া অৱশ্যে পৌৰাণিক আৰু মধ্য যুগৰ ৰজাৰহে কথা৷ কিন্তু আধুনিক যুগত ৰাজতন্ত্ৰ প্ৰচলন থকা কিছুসংখ্যক দেশৰ ৰজাইও পৌৰাণিক তথা মধ্য যুগীয় ৰজাৰ দৰেই বহুসংখ্যক পত্নীক বিবাহ কৰাই অসংখ্য সন্তানৰ পিতৃ হৈছিল৷

ছৌদি আৰৱত দেশখনক ঐক্যবদ্ধ কৰি ৰখাৰ আটাইতকৈ সহজ উপায় হিচাপে ৰজাসকলে অধিক ৰাণীক বিয়া কৰাইছিল। অৰ্থাৎ যেতিয়াই কোনো শত্ৰুৱে ৰজাক আক্ৰমণ কৰে, তেতিয়াই তেওঁ ৰজাক পৰাস্ত কৰি সেই ৰাষ্ট্ৰৰ ৰজাৰ কন্যাক বিয়া কৰাই পাৰিবাৰিক সম্বন্ধ গঢ়ি তুলিছিল৷ আজি আমি আধুনিক ৰাজতন্ত্ৰ ছৌদি আৰৱৰ এনে কিছুমান ৰজাৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷

আব্দুলজিজ বিন আব্দুল ৰহমান আল ছৌদক ছৌদি আৰৱৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। ১৯৩২ চনৰ পৰা ১৯৫৩ চনলৈ তেওঁ ছৌদি আৰবৰ ৰজা আছিল। তথ্য অনুসৰি তেওঁৰ প্ৰায় ২২ গৰাকী পত্নী আছিল৷ আল ছৌদে ৰাজ্য সম্প্ৰাসৰণ কৰিবলৈ তেওঁ অন্য সম্প্ৰদায়ৰ মহিলাক বিয়া কৰাইছিল। তথ্য অনুসৰি তেওঁৰ মুঠ ১০০ টা সন্তান আছিল, ইয়াৰে ৪৫ গৰাকী আছিল পুত্ৰ সন্তান।

আৰৱৰ প্ৰথম ৰজাৰ দ্বিতীয় পুত্ৰ আছিল ছৌদ বিন আব্দুলাজিজ আল ছৌদ। ১৯৫৩ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ ছৌদি আৰৱৰ ৰজা আছিল। তেওঁৰ ৩০ গৰাকীতকৈ অধিক পত্নী থকাৰ তথ্য লাভ কৰিলেও এনে কিছুসংখ্যক পত্নী আছিল যিসকলৰ তথ্য পোৱা নাযায়৷ তেওঁৰ মুঠ সন্তানৰ সংখ্যা আছিল ১০৮ টা৷

১৯৮২ চনৰ পৰা ২০০৫ চনলৈকে ছৌদি আৰৱৰ ৰজা আছিল ফাহাদ বিন আব্দুলজিজ আল ছৌদ। তেওঁ আছিল ৰজা আব্দুলআজিজৰ অষ্টম পুত্ৰ। তেওঁৰো প্ৰায় ১৩ গৰাকী পত্নী আছিল। তেওঁ ৬ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ পিতৃ আছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ দশম পুত্ৰ আছিল আব্দুল্লাহ বিন আব্দুলাজিজ আল ছৌদ। ২০১৫ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ প্ৰায় ৩০ গৰাকী পত্নী আৰু মুঠ ৩৬ গৰাকী সন্তান আছিল৷ ইয়াৰে ১৬ গৰাকী আছিল পুত্ৰ সন্তান।

আব্দুল মুহছিন বিন আব্দুলজিজ আল ছৌদ প্ৰথম ৰজাৰ ১৩ সংখ্যক পুত্ৰ। ১৯৮৫ চনত মৃত্যু হোৱা আব্দুল মুহছিন মদিনাৰ ৰাজ্যপাল নিযুক্ত কৰা হৈছিল। তেওঁৰ ৮ গৰাকী পত্নী আৰু ১২ গৰাকী সন্তান আছিল।

১৯৬৪ চনৰ পৰা ১৯৭৫ চনলৈ ছৌদি আৰৱৰ ৰজা আছিল ফৈজল বিন আব্দুলজিজ আল ছৌদ৷ ১৯৭৫ চনত হত্যাৰ বলি হোৱা ফৈজল প্ৰথম ৰজাৰ তৃতীয় পুত্ৰ আছিল। তেওঁ ৭ গৰাকী পত্নীক বিয়া কৰাইছিল।

প্ৰথম ৰজাৰ পঞ্চম পুত্ৰ আছিল খালিদ বিন আব্দুলাজিজ আল ছৌদ। ১৯৭৫ চনৰ পৰা ১৯৮২ চনলৈ তেওঁ ছৌদি আৰবৰ ৰজা আছিল। ৪ বাৰ বিবাহপাশত আবদ্ধ হৈ ১০ টা সন্তানৰ পিতৃ হৈছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ ২০ সংখ্যক পুত্ৰ আছিল তালাল বিন আব্দুলাজিজ আল ছৌদ। ২০১৮ চনত তেওঁৰ মৃত্যু হয়। ৪ গৰাকী পত্নী বিয়া কৰাই তেওঁ মুঠ ১৫ টা সন্তানৰ পিতৃ হৈছিল।

চৌদি আৰৱৰ প্ৰথম ৰজাৰ ২৩ নম্বৰ গৰাকী পুত্ৰ নায়েফ বিন আব্দুলজিজ আল ছৌদে ৩ গৰাকী পত্নীক বিবাহ কৰাই ১০ টা সন্তানৰ পিতৃ হৈছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ ২৫ সংখ্যক পুত্ৰ ছলমান বিন আব্দুলজিজ আল ছৌদ আৰু তেওঁ বৰ্তমান ছৌদি আৰৱৰ ৰজা। ৩ গৰাকী পত্নীক কৰোৱাই তেওঁ বৰ্তমান ১৩ টা সন্তান পিতৃ হৈ  আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত…

এইবাৰ ঝাৰখণ্ড! শ্ৰদ্ধা ৱাকাৰৰ দৰেই ১২ টুকুৰাত কাটি পত্নীক দলিয়াই দিলে জংঘলত...

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.