• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুখেৰে পাৰ হ’ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

4 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

5 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

7 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

8 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

9 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

11 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

12 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমুখেৰে পাৰ হ’ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি

editor by editor
June 7, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সমুখেৰে পাৰ হ’ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমুখেৰে পাৰ হ’ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি

বৰ্তমানে ৰাজনীতিত যুৱ নেতা হিচাপে এক চৰ্চিত নাম। পাছে এটা সময়ত বলীউডত অভিনেতা হিচাপে কাম কৰিছিল। জীৱনৰ প্ৰথমখন ছবিতেই সেই অভিনেতাৰ সৈতে আছিল কংগনা ৰানাৱত। সেই অভিনেতাগৰাকী হৈছে চিৰাগ পাছৱান। চিৰাগে বহু পূৰ্বেই অভিনয় এৰি ৰাজনীতিত ভৰি দি বহু সফলতা লাভ কৰে।

আনহাতে বলীউডৰ কুইন খ্যাত কংগনাইয়ো এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজনীতিলৈ আহিয়ে সফলতা লাভ কৰে। হিমাচল প্ৰদেশৰ মাণ্ডী জিলাৰ পৰা বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হয় অভিনেত্ৰীগৰাকী।

আজিৰ এন ডি এ গোটৰ অনুষ্ঠিত হোৱা বিশেষ বৈঠকত দুয়োগৰাকী পুৰণী বন্ধু দেখা দেখি হয়। চিৰাগৰ সমুখেৰে পাৰ হব লওতেই কংগনাত মাত লগাই চিৰাগে। লগে লগে দুয়ো হাঁহিৰে সম্ভাষণ জনাই আৰু ইটোৱে সিটোক সাৱটি ধৰে।

উল্লেখ্য যে, চিৰাগ পাছৱান লোক জনশক্তি পাৰ্টিৰ মুৰব্বী তথা হাজীপুৰ লোকসভাৰ আসনৰ সাংসদ। অভিনয়ৰ কথা কবলৈ গলে চিৰাগ পাছৱানে মাত্ৰ এখন ছবিহে কৰিছিল আৰু এইখনেই আছিল তেওঁৰ প্ৰথম ছবি। এই ছবিখনত চিৰাগ পাছৱানৰ বিপৰীতে আছিল সেই সময়ত বলীউড উদ্যোগত নৱাগত হিচাপে প্ৰৱেশ কৰা কংগনা ৰানাৱত। ছবিখনৰ নাম আছিল ‘মিলে না মিলে হম…’ কংগনা আৰু চিৰাগৰ উপৰিও পুনম ধিলন, সাগৰিকা ঘাটগে, কবীৰ বেদী, নীৰু বাজৱা, দলিপ তাহিল, সুৰেশ মেনন, কুনাল কুমাৰেও এই ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

https://x.com/ANI/status/1798970670141120847

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কংগনা ৰানাৱটে মণ্ডী লোকসভাৰ আসনত ৫ লাখ ৩৭ হাজাৰ ২২ টা ভোট লাভ কৰিছিল। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙে ৪ লাখ ৬২ হাজাৰ ২৬৭ টা ভোট লাভ কৰে। প্ৰায় ৭৫ হাজাৰ ভোটত কংগনাই মণ্ডী লোকসভাৰ আসনত জয়লাভ কৰে। আনহাতে চিৰাগ পাছৱানে বিহাৰৰ হাজীপুৰ লোকসভা আসনৰ পৰা ৬ লাখ ১৫ হাজাৰ ৭১৮ টা ভোট লাভ কৰে। আনহাতে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী শিৱচন্দ্ৰ ৰামে লাভ কৰে ৪ লাখ ৪৫ হাজাৰ ৬১৩ টা ভোট। চিৰাগ পাছৱানে হাজীপুৰ লোকসভাৰ আসনত এক লাখ ৭০ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodChirag PaswanIndian Bollywoodkangana ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

Next Post
তৰমুজত নিমখ লগাই খাই নেকি, তেন্তে সাৱধান, জানি লওক ইয়াৰ পাছৰ কাৰণ

অহা ১০ বছৰলৈ থাকিব কেৱল NDA চৰকাৰ, শ্বাহ-গাডকাৰী-সীতাৰমণে হেৰুৱাব পাৰে পদবী, দেখা যাব নতুন মুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন