• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?

ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

39 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

1 hour ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

1 hour ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

3 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

4 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?

editor by editor
November 21, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপ শেষ হ’ল। ট্ৰফী হাতত তুলি অষ্ট্ৰেলিয়ান দলো এতিয়া বিজয় উদযাপনত ব্যস্ত। আয়োজক দেশ ভাৰতে বহু প্ৰত্যাশাৰ অন্ততো ট্ৰফী তুলি ল’ব নোৱাৰাৰ দুখত কোনোৱে যদি চকুলো টুকিছে, কোনোৱে আকৌ ভাৰতীয় দলটোকেই সমালোচনা কৰিছে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই মেচ আয়োজন কৰা হৈছিল। এই মেচ উপভোগ কৰিবলৈ বিভিন্ন দেশৰ তাৰকা উপস্থিত হোৱাৰ লগতে বলীউডৰ তাৰকা, প্ৰাক্তৰ ক্ৰিকেটাৰ সকলোৱেই উপস্থিত আছিল।

এই টুৰ্নামেণ্টলৈ ভাৰতৰ বিশ্বকাপজয়ী ক্ৰিকেটাৰসকলক আমন্ত্ৰণ জনোৱা হৈছিল। সকলোকে আমন্ত্ৰণ জনালেও আমন্ত্ৰণ লাভ কৰা নাছিল কপিল দেৱে। ১৯৮৩ চনৰ বিশ্বকাপজয়ী অধিনায়ক কপিল দেৱৰ অভিযোগ যে এই টুৰ্নামেণ্টৰ ফাইনেল চাবৰ বাবে তেওঁক কোনোৱে আমন্ত্ৰণ জনোৱা নাছিল। কপিল দেৱক আমন্ত্ৰণ নজনালেও ৰাজনীতিৰ পৰা বলীউডলৈ একাধিক তাৰকাক আমন্ত্ৰণ জনাইছিল আয়োজক সংস্থাই।

তাৰকাসকলৰ ভিতৰত বলীউড অভিনেতা ৰণবীৰ সিঙকো দেখা গৈছে ফাইনেলত। ৮৩ চিনেমাত তেওঁ কপিল দেৱৰ ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছিত তেওঁক ভিআইপি আসনত দেখা গৈছে। কাষতে আছিল তেওঁৰ পত্নী দীপিকা পাডুকনো। কপিল দেৱৰ অভিযোগৰ পাছতেই একাধিক দৃশ্য ভাইৰেল হৈছে। এক্স হেণ্ডেলত ভাইৰেল ভিডিঅ’ দেখি খঙৰ ফাটিছে বহুসংখ্যক ক্ৰিকেট অনুৰাগীও। এই কাৰ্যৰ বাবে বিচিচিআইৰ সচিব জয় শ্বাহক তুমুৱ সমালোচনাও কৰিছে। ভাইৰেল হৈছে একাধিক মিমো।

আমন্ত্ৰণ নজনোৱাক লৈ কি কৈছে কপিল দেৱে?

এটা টেলিভিছন চেনেলক ইণ্টাৰভিউ দিবলৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কে কৈছে, ‘মোক আমন্ত্ৰণ জনোৱা নহ’ল। তেওঁলোকে মোক আমন্ত্ৰণ নজনোৱাৰ বাবেই মই ষ্টেডিয়ামলৈ নগ’লো। মই বিচাৰিছিলো ১৯৮৩ৰ বিশ্বকাপ দলৰ সমূহ সদস্যই ইয়াত থাকক। কিন্তু মই আক্ষেপ কৰা নাই, ভাৱিছো ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰোতে এনে সৰু সৰু ভুল হোৱাটো স্বাভাৱিক।’

উল্লেখ্য যে, মেচৰ কথালৈ যদি চাওঁ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ অধিনায়ক পেট কামিন্সে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেট ধৰি ভাৰতীয় ক্ৰিকেট দলে ৫০ অভাৰত ২৪০ ৰান লয়। বিৰাট কোহলি আৰু কে এল ৰাহুলক বাদ দি কোনো এজনেও হাফ চেঞ্চুৰী কৰিব নোৱাৰিলে। ইফালে পেট কামিন্সে ১৩৭ ৰান কৰি অষ্ট্ৰেলিয়াৰ জয়ৰ ৰাস্তা মসৃণ কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ

এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.