ছিণ্ডিকেটৰ সাম্ৰাজ্যত পৰিণত বৰাক উপত্যকা। বৰাক উপত্যকাত চূণশিলৰ ছিণ্ডিকেট। গুমড়া আৰক্ষী থানাৰ সন্মুখেৰে পাৰ হয় শ শ ট্ৰাক। শাসক-বিৰোধী নেতা-পালিনেতা ছিণ্ডিকেটৰে জড়িতৰ অভিযোগ।