• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

2 years ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 minute ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

54 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

4 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

4 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

6 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

editor by editor
April 29, 2024
in ভাৰত, ৰাজনীতি
0
ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

ছে** স্কেণ্ডেলত নাম সাঙোৰ খাই পৰিছে দক্ষিণৰ এগৰাকী সাংসদৰ। নাম পোহৰলৈ অহাৰ পাছতে দেশ এৰি বিদেশলৈ পলায়ন নেতাগৰাকীৰ। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি ডেবগৌৰাৰ পুত্ৰ আৰু নাতিৰ নাম সাঙোৰ খাই পৰিছে এই নিকৃষ্ট কাণ্ডত।

পিতা-পুত্ৰ ক্ৰমে কৰ্নাটকৰ প্ৰাক্তন মন্ত্ৰী এছ ডি ৰেবন্না আৰু ৰাজ্যখনৰ হাছান সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰজ্বল ৰেবন্নাৰ নাম সাঙোৰ খাই পৰিছে। ঘৰৰ ৰান্ধনী হিচাপে কাম কৰা মহিলাই তুলিছে অভিযোগ। অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰজ্বল ৰেবন্নাৰ দেশ এৰি পলায়ন।

মহিলাগৰাকীৰ সৈতে অশ্লীল ব্যৱহাৰ কৰাৰ উপৰি কন্যাৰ সৈতেও প্ৰজ্বলে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ। তাৰোপৰি প্ৰজ্বল ৰেবন্নাৰ ওপৰত অন্য কেইবাগৰাকী মহিলাইয়ো অভিযোগ আনিছে। প্ৰজ্বলে যৌন শোষণ কৰি অশ্লীল ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল কৰি দিছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে কৰ্নাটকৰ সিদ্ধৰমৈয়া চৰকাৰে এছ আই টিক এই ঘটনাৰ ওপৰত তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে আই পি চি ৩৫৪ এ, ৩৫৪ ডি, ৫০৬ আৰু ৫০৯ ধাৰাৰ ওপৰত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, এইয়ে প্ৰথম নহয় দক্ষিণৰ নেতাৰ বিৰুদ্ধে এনে অভিযোগ অনা। পূৰ্বে ২০২১ চনত য়েডিয়ুৰাপ্পা চৰকাৰৰ মন্ত্ৰী ৰমেশ জাৰকিহোলীৰ নাম সাঙোৰ খাইছিল ছেক্স স্কেণ্ডেলত। এটা অশ্লীল ভিডিঅ’ ভাইৰেল হৈছিল মন্ত্ৰীগৰাকীৰ।

২০১৬ চনত কৰ্নাটকৰ আৱকাৰী মন্ত্ৰী এছ ৱাই মেটীৰ এগৰাকী মহিলাৰ সৈতে অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছিল। যাৰ পাছতে পদৰ পৰা ইস্তফা দিছিল ।

সেই একে বৰ্ষতে আন এগৰাকী মন্ত্ৰী তলবীৰ ছেটৰো এক চি চি টিভি ফুটেজ ভাইৰেল হৈছিল, য’চ তেওঁ নগ্ন মহিলাৰ ফটো-ভিডিঅ ‘চাই থকা দেখা গৈছিল। এই কাণ্ডৰ পাছতে পদৰ পৰা ইস্তফা দিছিল মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Karnataka MinistryKarnataka MPSEX VIDEOsocial mediaviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ'ল ধোনী...

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ'ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.