অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটোৱাৰ পাছত শান্ত কাশ্মীৰ যাতে পুনৰ অশান্ত হৈ নুঠে তাৰ বাবে এইবাৰ শিলগুটি নিক্ষেপকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। নিৰাপত্তাৰক্ষীলৈ শিলগুটি দলিয়ালে দেশদ্ৰোহীৰ শাৰীত পৰিব নিক্ষেপকাৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ