• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে

সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে

1 year ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

19 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

1 hour ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

10 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

10 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

11 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

12 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

13 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

13 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

14 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

14 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

15 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে

সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে

editor by editor
April 22, 2025
in ভাৰত
0
সন্ত্ৰাসবাদীৰ টাৰ্গেট প্ৰেমিক-প্ৰেমিকা, ধৰ্মীয় পৰিচয় সুধি গুলীচালনা, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৮গৰাকী পৰ্যটকে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ সন্ত্ৰাস আকৌ উভতি আহিছে কাশ্মীৰলৈ৷ কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদীৰ টাৰ্গেট ফুৰিবলৈ অহা পৰ্যটক প্ৰেমিক-প্ৰেমিকাসকল৷ ধৰ্মীয় পৰিচয় সুধি সন্ত্ৰাসবাদীয়ে এইবাৰ টাৰ্গেট কৰিছে পৰ্যটকক৷ এই আক্ৰমণত এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে মুঠ ২৮গৰাকীকৈ পৰ্যটক৷ এই নিৰীহ পৰ্যটকক কিয় টাৰ্গেট কৰি লোৱা হৈছে সেই কথা এতিয়াও স্পষ্ট নহয় যদিও ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে সেনাৰ পোছাকেৰে আহিছে সন্ত্ৰাসবাদীসকল৷

সূত্ৰৰ খবৰ অনুসৰি গুলি চলোৱাৰ পূৰ্বে সন্ত্ৰাসবাদী দলে পৰ্যটকক ধৰ্মীয় পৰিচয় সুধিছে৷ বৈছৰণ উপত্যকাত থকা ৰিজৰ্টত লস্কৰ সন্ত্ৰাসবাদীয়ে নেৰানেপেৰাকৈ গুলিচালনা কৰিছে৷ কাশ্মীৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ চিকাৰ হৈছে পৰ্যটক৷ এই ঘটনাক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰলৈ ৰাওনা হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ৷ ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়েও কৰিছে বিশেষ টুইট৷ প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে সফল নহ’ব তেওঁলোকৰ উদ্দেশ্য৷ দোষীক এৰি দিয়া নহব৷ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ আৰু শক্তিশালী হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
Next Post
পহেলগাওঁত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ ভাৰ NIAৰ কান্ধত! মুকলি কৰা হ’ল হেল্পলাইন নম্বৰ

পহেলগাওঁত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ ভাৰ NIAৰ কান্ধত! মুকলি কৰা হ’ল হেল্পলাইন নম্বৰ

‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.