• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

3 weeks ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

2 hours ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

7 hours ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

21 hours ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

1 day ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

1 day ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

2 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

2 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

2 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

3 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

5 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

5 days ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

6 days ago
  • About
  • Advertise
  • Careers
Tuesday, December 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

editor by editor
November 16, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ
0
SHARES
623
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বছৰ ১৫ নৱেম্বৰ বুধবাৰে পালিত হ’ল ভাইফোঁটা বা ভাতৃদ্বিতীয়া। প্ৰতি বছৰৰ দৰে এইবাৰো ভাইফোঁটাৰ দিনাই বন্ধ হ’ল কেদাৰনাথ মন্দিৰৰ দৰ্জা। ইয়াৰ সৈতে এই বছৰৰ চাৰধাম যাত্ৰা বন্ধ হ’ল। ছমাহ মন্দিৰ বন্ধ থকাৰ পাছত আগন্তুক বৰ্ষত অক্ষয় তৃতীয়াৰ পাছত হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ এই তীৰ্থক্ষেত্ৰ খুলি দিয়া হ’ব। বুধবাৰে ভাইফোঁটাৰ দিনা কেদাৰৰ পঞ্চমুখী মূৰ্তি পালকিৰে ধৰ্মীয় গীত, বাদ্য আৰু সেনাৰ বেণ্ডসহকাৰে ওখিমঠত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰত নমাই অনা হয়। তাৰ পিছতেই পালকিৰ সৈতে নামি আহে ভক্তগণো। অহা ছমাহলৈ কেদাৰনাথত আৰু কোনো ভক্তই প্ৰৱেশ নকৰে। ওখিমথত অৱস্থিত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰতেই বাবা কেদাৰৰ পূজা অৰ্চনা কৰিব ভক্তগণে।

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দৰ্জা?

প্ৰৱল শীতৰ কাৰণে বছৰত ছমাহ বন্ধ থাকে কেদাৰনাথ মন্দিৰৰ দুৱাৰ। বৰফৰ চাদৰে সেই সময়ত কেদাৰনাথ মন্দিৰ ঢাকি ৰাখে। সেই কাৰণেই বছৰৰ ছমাহ মন্দিৰ বন্ধ কৰি দিয়া হয়। কিন্তু কিয় ভাইফোঁটাৰ দিনটোৱেই দুৱাৰ বন্ধ কৰাৰ বাচি লোৱা হৈছে সেই বিষয়টো বহুতেই নাজানে। ইয়াৰ আঁৰত আছে বিশেষ কাহিনী। পুৰাণ অনুসৰি দ্বাপৰ যুগত মহাভাৰতৰ যুদ্ধৰ পাছত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে হিমালয় পৰিভ্ৰমণৰ বাবে ওলাইছিল। সেই সময়তেই কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু মহাদেৱৰ উদ্দেশ্যেৰে উৎসৰ্গা কৰা হৈছিল। তাতেই যুদ্ধত নিহত আত্মীয়ৰ নামত তৰ্পনো কৰিছিল পঞ্চপাণ্ডৱে। আৰু তৰ্পণৰ সেই দিনটোতেই আছিল ভাতৃদ্বিতীয়াও।

ইয়াৰোপৰি ভাতৃদ্বিতীয়াৰ দিনাৰ পৰাই শীত আৰম্ভ হয় বুলি ধৰা হয়। ইয়াৰ পাছৰে পৰাই প্ৰৱল ঠাণ্ডাই আচ্ছন্ন কৰি ৰাখে হিমালয়ৰ দুৰ্গম অঞ্চলত অৱস্থিত কেদাৰধামকো। সেই সময়ত এই স্থানত মানুহ থকাৰো পৰিবেশ নাথাকে। সেয়ে প্ৰতিবছৰে ভাইফোঁটাৰ দিনা কেদাৰনাথ মন্দিৰ বন্ধ কৰি দিয়া হয় আৰু বাবা কেদাৰৰ বিগ্ৰহ নমাই অনা হয় ওখিমঠলৈ। সমস্ত ৰীতি নীতি মানি এই দিনটোত কেদাৰ ধামৰ দৰ্জা বন্ধ কৰি দিয়া হয়। তাৰপিছতেই মহাশিৱৰাত্ৰীতহে পুনৰ এই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?
চিনেমা

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

December 5, 2023
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ
ভাৰত

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

December 5, 2023
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা
উত্তৰ-পূব

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

December 4, 2023
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…
উত্তৰ-পূব

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

December 4, 2023
Next Post
কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.