• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

3 years ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

2 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

3 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

4 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

5 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

6 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

7 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

19 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

19 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

20 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

21 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

21 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

editor by editor
November 16, 2023
in জীৱনশৈলী, ভাৰত
0
কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ
0
SHARES
18k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১৭ নৱেম্বৰ ২০২৩ৰ শুকুৰবাৰে চন্দ্ৰই গোচৰ কৰিব ধনু ৰাশিত। ইয়াৰোপৰি কাইলৈ গঠিত হ’ব ৰবি যোগ আৰু ধৃতি যোগ। হিন্দুধৰ্ম অনুসৰি শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ অতি প্ৰিয় দিন। এই দিনটোতেই স্বয়ং লক্ষ্মী দেৱীয়ে তেওঁৰ ভক্তসকলৰ সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ আশীৰ্বাদ লাভ কৰিব। জ্যোতিষ গণনাত লাভ কৰা অনুসৰি সুখ আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব ৫ ৰাশিৰ জাতকে।

বৃষ ৰাশি
মা লক্ষ্মীৰ কৃপাত খুব ভাল সময় কটাব বৃষ ৰাশিত জাতকে। কোনো চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিব। ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকৰ সন্মুখত উন্নতিৰ পথ খোল খাব।

কৰ্কট ৰাশি
ৰবিযোগৰ শুভ প্ৰভাৱত সুফল শুকুৰবাৰে লাভ কৰিব কৰ্কট ৰাশিৰ জাতকসকল। অফিচত আপুনি যিয়েই প্ৰস্তাৱ নিদিয়ক কিয় সকলো গৃহীত হ’ব। ইয়াৰ ফলত অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। সন্তানৰ নামত এনে কোনো প্ৰকল্প বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব। ভৰপুৰ আনন্দ থাকিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত।

সিংহ ৰাশি
আগন্তুক সকলো কামতেই সফল হ’ব এই ৰাশিৰ জাতক। উৎসাহেৰে সকলো কাম আপুনি কৰিব পাৰিব। শিক্ষাক্ষেত্ৰত জড়িতসকলে আকাঙ্খিত ফল লাভ কৰিব। বিৰোধীসকলে আপোনাৰ কামত হেঙাৰ হ’ব পাৰে।
কন্যা ৰাশি
কাইলৈ অৰ্থাৎ শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। এই ৰাশিৰ জাতকে প্ৰতিযোগীতামূলক পৰীক্ষাতো সফল হ’ব। পেছাগত জীৱনত আপুনি যি কামেই নকৰক কিয় সফলতা লাভ কৰিব।

মীন ৰাশি
এই ৰাশিৰ জাতক জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব। সন্তানৰ শিক্ষা সংক্ৰান্তীয় শুভ খবৰ আহিব। পুৰণা বন্ধুক সৈতে দেখা সাক্ষাৎ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

July 23, 2026
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
Next Post
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে

৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.