• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে

৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে

3 years ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

12 minutes ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

31 minutes ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

1 hour ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

2 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

2 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

3 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

4 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

5 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

6 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে

editor by editor
November 16, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
৩৪৪ টা হীৰা আৰু ১৮ কেৰেট সোণেৰে তৈয়াৰ কৰা বিশেষ ঘড়ী ৰোনাল্ডোৰ হাতত, আকাশলঙ্ঘী দামৰ এই ঘড়ীৰ বিশেষত্ব বহুতেই নাজানে
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁৰ ঘড়ীৰ সংগ্ৰহ চকুতলগা। এটাতকৈ আনটোৰ দাম কেইবাকোটিও বেছি। ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সেই কালেকছনত এইবাৰ যোগ হ’ল আৰু এটা দামী ঘড়ী। জেকব এণ্ড কোম্পানীৰ এটা ঘড়ী শেহতীয়াকৈ দেখা গৈছে তেঁওৰ হাতত। ঘড়ীটো তেওঁক উপহাৰ হিচাপে দিছে খোদ সংস্থাৰ মালিকেই। জেকব এণ্ড কোম্পানীৰ যি ঘড়ী সেই ঘড়ী ৰোনাল্ডোক উপহাৰ দিয়া হৈছে। এই ঘড়ীৰ দাম প্ৰায় ১৩ লাখ আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হৈছে ১১ কোটি।

বৰ্তমান প্ৰায় এবছৰ ধৰি ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত আছে ৰোনাল্ডো। নতুন ঘৰো ক্ৰয় কৰিছে ৰোনাল্ডোৱে। ৰিয়াধতেই ৰোনাল্ডোক লগ কৰি এই ঘড়ী উপহাৰ দিছে সংস্থাৰ মালিক জেকব আৰাবোয়ে। ইয়াৰপাছতেই সামাজিকমাধ্যমত উপহাৰ দিয়াৰ ভিডিঅ’ও পোষ্ট কৰিছে জেকবে। জেকবে এই পোষ্টৰ কেপশ্ব্যনত লিখিছে, ‘কাষতেই আছিলো। সেয়ে ভাৱিলো নিজৰ হাতেৰেই ক্ৰিষ্টিয়ানোৰ হাতত এই ঘড়ী তুলি দিলো।’ ভিডিঅ’ত দেখা গৈছে ৰোনাল্ডোৰ হাতত টুইন টাৰ্বো ফিউৰিয়াছ ঘড়ীটো জেকবে ৰোনাল্ডোৰ হাতত পিন্ধাই দিছে। তাৰপিছতেই ৰোনাল্ডোক কৰমৰ্দন কৰিছে। পৰ্তুগালৰ ফুটবলাৰ ৰোনাল্ডোয়ে তেওঁৰ প্ৰেয়সী জৰ্জিনা ৰডৰিগৰ সৈতে এখন ছবিও পোষ্ট কৰিছে জেকবে। ২০১৬ চনৰ প্ৰথমেই এই টুইন টাৰ্বো ঘড়ী তৈয়াৰ কৰিছে জেকব এণ্ড কোম্পানীয়ে। এই ঘড়ীত আছে তিনি কাঁটা বিশিষ্ট টাৰ্বুলিয়ন। ইয়াৰ সৈতে আছে মিনিট ৰিপিটাৰ, যি প্ৰতি ঘণ্টাত আনকি গ্ৰাহকে বিচাৰিলে প্ৰতি মিনিটত সময়ৰ কথা সোঁৱৰাই থাকিব গ্ৰাহকে।

২০১৮ চনত সেই ‘টুইন টাৰ্বো’ ঘড়ীক আধুনিক ৰূপ দিয়া হৈছে। তৈয়াৰ কৰা হৈছে ‘টুইন টাৰ্বো ফিউৰিয়াছ’। দুটা অঞ্চলৰ সময়ৰ কথাও বুজাই দিব পাৰে এই ঘড়ীয়ে। ৰোনাল্ডোক যি ঘড়ী উপহাৰ দিয়া হৈছে তাৰ সকলোবোৰ যন্ত্ৰই হাতেৰে তৈয়াৰ কৰা হৈছে। হাতেৰেই এই ঘড়ীৰ ডিজাইনো কৰা হৈছে। ৮৩২টা উপাদান আছে এই ঘড়ীত। অথচ ওজন মাত্ৰ ১.১৫ গ্ৰাম। এই ঘড়ীৰ বিশেষত্ব এয়াই যে ঘড়ীৰ ৫৭ মিলিঃমিটাৰ কেছ ১৮ কেৰেট সোনেৰে তৈয়াৰ কৰা হৈছে। তাতেই বহুওৱা হৈছে ৩৪৪টুকুৰা হীৰা। ৫০ ঘণ্টা ধৰি চলি থাকিব পৰা শক্তি সঞ্চয় কৰি ৰাখিব পাৰে এই ঘড়ীয়ে। এই ঘড়ী বৰ্তমানলৈ ১৮ টাহে তৈয়াৰ কৰা হৈছে। তাৰ মাজৰেই এটা ৰোনাল্ডোক উপহাৰ দিছে নিৰ্মাতাই।

পূৰ্বে হীৰাৰ গহনা তৈয়াৰ কৰিছিল জেকব আৰাবোয়ে। ১৯৮৬ চনত নিউৱৰ্কৰ মেনহাটনত প্ৰথম হীৰাৰ গহনাৰ দোকানো খুলিছিল। ক্ৰমে জনপ্ৰিয় হৈ উঠে তেওঁৰ এই গহনা। ২০০২ চনৰ পৰা জেকবে ঘড়ীৰ নক্সা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ সংস্থাই নিৰ্মাণ কৰা ঘড়ীত ৫খন দেশৰ সময় চাব পাৰিব। তেঁওৰ ঘড়ীয়ে তৈয়াৰৰ পাছতেই মাৰ্কেটো দখল কৰিবলৈ আৰম্ভ কৰিলে। নাওমি কেম্পবেলৰ দৰে খ্যাতনামা লোকেও এই কোম্পানীৰ ঘড়ী ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। এইবাৰৰ লেটেষ্ট ভাৰ্ছনো জেকবে ৰোনাল্ডোৰ হাতত নিজেই পিন্ধাই একপ্ৰকাৰে বিজ্ঞাপনেই দিছে। ঘড়ীৰ চখ থকা ব্যক্তিকেই এই ঘড়ী পিন্ধাবৰ বাবে জেকবে বাচি লোৱাটোও এক ব্যৱসায়িক পলিচী বুলিয়েই বহুজনে উল্লেখ কৰিছে।

উল্লেখ্য যে, বিশ্বৰ ক্ৰীড়াবিদসকলৰ ভিতৰত আয়ৰ নিৰিখত ওপৰৰ পৰা ৩৮ নম্বৰত আছে ৰোনাল্ডো। পৰিসংখ্যাই প্ৰকাশ কৰা অনুসৰি, বাৰ্ষিক তেওঁ আয় কৰে ১৭ কোটি ৫০ লাখ পাউণ্ড। ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭৮০ কোটি টকা। পাঁচবাৰকৈ ফুটবলৰ শ্ৰেষ্ঠ পুৰস্কাৰ বেলন ডিঅ’ৰ তেওঁৰ হাতলৈকে আহিছে। বিগত জানুৱাৰী মাহত ছৌদি আৰৱৰ আল নাছাৰ ক্লাবত যোগ দিছে তেওঁ। তেওঁক স্বাগত জনাই এই ঘড়ী তেওঁক উপহাৰ দিয়া বুলি উল্লেখ কৰিছে জেকবে। সেই ঘড়ীৰ দাম হৈছে ৬লাখ ৩০হাজাৰ ইউৰো। ভাৰতীয় মুদ্ৰাত প্ৰায় ৫কোটি ৬০লাখ টকা। সেই ঘড়ীত বহোওৱা হৈছে ৩৩৮টা পান্না। ছৌদীৰ পতাকাৰ ৰং সেউজীয়া। ঘড়ীৰ ষ্ট্ৰেপৰ ৰং সেউজীয়া ৰাখিছে নিৰ্মাণকৰ্তাই। এই অসংখ্য দামী সংস্থাৰ ঘড়ী ৰোনাল্ডোৰ হাতত আছে। পৃথিৱীৰ প্ৰায় সকলোবোৰ দামী ঘড়ীয়েই ৰোনাল্ডোৰ কালেকছনত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
Next Post
মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ ‘বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!

মই বিবাহিতা বুলি পাহৰি যাম বুলি কোৱা অংকিতা এইবাৰ 'বিগ বছ’ৰ ঘৰতেই অন্তঃসত্ত্বা!

স্থান, কাল কথা নাই ভাৰতে সদায়ে মৃত্যুমিছিলৰ বিৰুদ্ধেই থিয় হয়, ইজৰাইল-হামাছ যুদ্ধক কঠোৰ ভাষাৰে সমালোচনা প্রধানমন্ত্ৰীৰ

স্থান, কাল কথা নাই ভাৰতে সদায়ে মৃত্যুমিছিলৰ বিৰুদ্ধেই থিয় হয়, ইজৰাইল-হামাছ যুদ্ধক কঠোৰ ভাষাৰে সমালোচনা প্রধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.