• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

3 years ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

13 minutes ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

27 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

37 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

50 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

1 hour ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

2 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

2 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

5 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

editor by editor
May 4, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেদাৰনাথ দৰ্শনৰ বাবে খোজেৰে যোৱা যাত্ৰীয়ে পুনৰ আৰম্ভ কৰিব পাৰিব যাত্ৰা। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছিল যাত্ৰা যদিও আজি পুনৰ খুলি দিয়া হৈছে ৰাস্তাসমূহ। কুবেৰ আৰু ভৈৰৱ হিমবাহৰ ওচৰত হিমবাহ বিস্ফোৰণৰ বাবে কেদাৰনাথলৈ যোৱা ৰাস্তাটো যান-বাহন তথা খোজেৰে যোৱা দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছিল। বৃহস্পতিবাৰ অৰ্থাৎ আজিৰে পৰা পুনৰ যান-বাহন সুচাৰুৰূপে আৰম্ভ হৈছে। SDRF আৰু PWB দলে বিগত কেইটা দিনত কৰা পৰিশ্ৰমৰ অন্তত আজি মুকলি কৰা হৈছে কেদাৰানাথৰ ৰাস্তা৷ অৱশ্যে কেৱল খোজকাঢ়ি যোৱা পথচাৰীয়েহে যাত্ৰা কৰিব পাৰিব৷ ঘোঁৰা আৰু খচ্চৰ আৰু দাণ্ডি-কাণ্ডিৰ যাত্ৰা বৰ্তমানো বন্ধ হৈ থকা বুলি জনাইছে উত্তৰাখণ্ডৰ প্ৰশাসনে৷

হিমস্খলনৰ বাবে বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত কেদাৰনাথলৈ যোৱা ৪ জন লোক আৱদ্ধ হৈ আছিল। স্থানীয় লোকে লগে লগেই SDRFক খবৰ দিয়াত SDRF দল ঘটনাস্থলীত উপস্থিত হৈ চাৰিজন লোকক উদ্ধাৰ কৰে। হিমবাহত আৱদ্ধ লোকসকলৰ ভিতৰত আছিল চন্দা বাহাদুৰ, শ্বেৰ বাহাদুৰ, খড়ক বাহাদুৰ থাপা আৰু ৰাম বাহাদুৰ। চাৰিওজনে বুধবাৰে লিনচোলিৰ পৰা কেদাৰনাথলৈ যাত্ৰা কৰাৰ সময়ত কুবেৰত হঠাতে হিমস্খলন আৰম্ভ হোৱাত আৱদ্ধ হৈ পৰিছিল ৪ জনীয়া দলটো৷

উল্লেখ্য যে বুধবাৰে সন্ধিয়া বদ্ৰীনাথ ধামতো তুষাৰপাত হোৱা বুলি জনাইছে প্ৰশাসনে। বিগত ৫ দিন ধৰি বদ্ৰীনাথ ধামত ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে। অৱশ্যে বদ্ৰীনাথলৈ যোৱা যাত্ৰীৰ বাবে ৰাস্তাত কোনো বাধা নাই৷ তুষাৰপাতৰ ফলত, ধামৰ তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱাৰ বাবে তীৰ্থযাত্ৰীসকলক ঠাণ্ডাৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পৰ্যাপ্ত পৰিমানৰ গৰম কাপোৰ লগত ৰাখিবলৈ আহ্বান জনাইছে প্রশাসনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
Next Post
এদিন বাগানলৈ নগ’লে ঘৰত চৌকা নজ্বলে! কন্যাই চাকৰি পালে, আনন্দ ভগাই ল’বলৈকো সময় মিলাব পৰা নাই পিতৃয়ে

এদিন বাগানলৈ নগ’লে ঘৰত চৌকা নজ্বলে! কন্যাই চাকৰি পালে, আনন্দ ভগাই ল’বলৈকো সময় মিলাব পৰা নাই পিতৃয়ে

হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?

হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.