• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

12 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

14 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

15 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

16 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

16 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

17 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

17 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

18 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

19 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

19 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

editor by editor
February 1, 2024
in জীৱনশৈলী, ভাৰত
0
সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহ মানেই প্ৰেমৰ দিন উদযাপনৰ বিশেষ সময়। ফেব্ৰুৱাৰী মাহ মানেই ভেলেণ্টাইন ডে। এই মাহত বহুতেই নিজৰ সংগীৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। সংগীৰ সৈতে সময় কটোৱাক পূৰ্বেই জানি থওক আপোনাৰ সংগীৰ ৰাশি কি? আপুনি যদি মেষ ৰাশিৰ জাতকৰ সৈতে প্ৰেম কৰিছে তেন্তে আপোনাৰ সংগীৰ চৰিত্ৰ কেনে, শাস্ত্ৰই কি কয় সবিশেষ পূৰ্বেই জানি থওক।

মেষ ৰাশিৰ বৈশিষ্ট্য
মেষ ৰাশিৰ গ্ৰহ অধিপতি হৈছে মঙ্গল। এওঁলোকৰ উপাদান হৈছে আগুন বা জুই। মেষ ৰাশিৰ জাতক অত্যন্ত আৱেগপ্ৰৱণ আৰু এডভেঞ্চাৰ প্ৰিয় হয়। এওঁলোকে সংগীৰ দায়িত্ব লোৱাত অত্যন্ত ভাল। অৱশ্যে ইয়াৰ সৈতে এই ৰাশিৰ জাতক প্ৰচণ্ড মেজাজি হয়। এওঁলোকৰ মেজাজ মানি চলাত সংগীৰ খুবেই অসুবিধা হয়।

অত্যন্ত সৎ
মেষ ৰাশিৰ জাতকসকল অত্যন্ত সৎ। এওঁলোকে যাক ভালপায় সকলো কথাই মুক্তভাৱে প্ৰকাশ কৰি দিয়ে। যি ভাৱে সকলো মুখেৰে কৈ পেলায়। সংগীৰ কিছু কথা বেয়া পালেও মুকলিকৈ কৈ দিয়াৰ বাবে সমস্যাতো পৰে। আপোনাৰ সংগী যদি মেষ ৰাশিৰ জাতক তেন্তে আপুনি প্ৰতিসময়তে কেৱল আপোনাৰ প্ৰশংসাই শুনি থাকিব বুলি আশা নাৰাখিব।

আশাবাদী
সহজে কোনো কাম বা কথাত হাৰি নাযায় মেষ ৰাশিৰ জাতক। বেয়া কিবা ঘটনা ঘটিলে তাৰ মাজতো ভালৰ সন্ধান কৰে মেষ ৰাশিৰ জাতকে। আপোনাৰ মন বেয়া হ’লে মেষ জাতকৰ সংগীৰ পজিটিভ কথাই আপোনাৰ নতুন সময়ৰ সন্ধানত সহায় কৰিব। বেয়া সময়তো এওঁলোকৰ মুখত হাঁহি থাকে।

চেলেঞ্জ গ্ৰহণ
চেলেঞ্জ লৈ ভালপায় মেষ ৰাশিৰ জাতকে। এওঁলোকে সকলোসময়তে নতুন কিছু কাম হাতত লৈ ভালপায়। মেষ ৰাশিৰ জাতকৰ সৈতে জীৱনটো কাহানিও আমনিদায়ক নহয়। যদি কোনো কাম কৰিলে আপুনি সফল নহয় তেন্তে মেষৰ জাতকে কামটো সহজে এৰি নিদিয়ে তাৰ সলনি সৰ্বতোপ্ৰকাৰে কৰিবলৈ যত্ন কৰে।

ইগৰ সমস্যা
অহংকাৰ অৱশ্যে থাকে। এওঁলোকৰ ইগত আঘাত কৰিলে ভয়ানক ৰূপ ল’ব পাৰে। এওঁলোকে সকলো সময়তে নিজকে বিশেষ কৰি ৰাখে। সেই কাৰণেই এওঁলোকে ইগ হাৰ্ট হ’লে আক্ৰমণাত্মক হৈ উঠে।

অধৈৰ্য্য
ধৈৰ্য্যৰ অভাৱ থাকে মেষ ৰাশিৰ জাতকৰ। এওঁলোকে কোনো সিদ্ধান্ত লওঁতে খৰধৰো কৰে। সংগীৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱাতকৈ সকলো সিদ্ধান্ত প্ৰায় নিজেই লয়।

শাৰীৰিক ঘনিষ্ঠতা
আৱেগপ্ৰৱণ আৰু এডভেঞ্চাৰ প্ৰিয় মেষ ৰাশিৰ জাতকৰ যৌন জীৱনো বিশেষ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.