অসম লাইভ২৪ঃ জীৱনবীমা বহুতেই কৰে। এয়া সাধাৰণ কথা চৰ্চা কৰিবলগা একো নাই। ব্যক্তি একোজনৰ আকস্মিক মৃত্যু হ’লে পৰিয়ালে এক মোটা অংকৰ ধন লাভ কৰে। তাৰবাবেই জীৱন বীমা প্ৰায় প্ৰতিজন মানুহেই কৰে। কিন্তু শৰীৰৰ কোনো অংগৰ বীমা কৰোৱা লোকৰ সংখ্যা তেনেই বিৰল। জীৱন বীমা প্ৰকৃততে এক আইনগত স্বীকৃতি। এগৰাকী পৰ্ণ তাৰকাই কৰিছে বিশেষ অংগৰ বীমা। জীৱন বীমা নহয় পৰ্ণ তাৰকাগৰাকীয়ে কৰিছে লিংগৰ বীমা। তেঁঁও পৃথিৱীৰ প্ৰথমগৰাকী পৰ্ণ অভিনেতা যিয়ে পৃথককৈ লিংগৰো বীমা কৰোৱাইছে। পৰ্ণ তাৰকাগৰাকীৰ নাম হৈছে কেইৰাণ লী। ১৯৮৪ চনত ইংলেণ্ডৰ ডাৰ্বি চহৰত তেওঁৰ জন্ম। তেওঁৰ মাতৃ ব্ৰিটিছ হোৱাৰ বিপৰীতে পিতৃ আছিল ভাৰতীয়।
২০০২ চনৰ পৰা পৰ্ণগ্ৰাফীত কাম কৰিবলৈ আৰম্ভ কৰিছিল লী য়ে। নীলাছবিৰ পৃথিৱীত তেওঁ জনপ্ৰিয়। একাধিক পুৰস্কাৰো পাইছে লীয়ে। পৰ্ণ তাৰকা হিচাপে লী ৰ যাত্ৰা আৰম্ভনিতে সুখকৰ নাছিল। ইণ্ডাষ্ট্ৰীত ভৰি দিয়াৰ পূৰ্বে এক অভাৱী জীৱন কটাইছিল লীয়ে। পৰ্ণগ্ৰাফীৰ পৃথিৱীত অহাৰ ইচ্ছা নাছিল লীৰ। পোনতে তেওঁৰ কেইগৰাকীমান বন্ধুৱে মিলি লীৰ নগ্ন ছবি এডাল্ট ৱেবচাইটত পোষ্ট কৰি দিয়ে। এই ছবি দেখা পায়েই নীলা ছবিৰ পৰা অভিনয়ৰ প্ৰস্তাৱ পালে লীয়ে। ১৮ বছৰ বয়সত প্ৰথম কাম কৰিবলৈ আৰম্ভ কৰে লীয়ে।
পাছত আমেৰিকালৈ গুচি যায় লী। ২০০৫ চনত পৰ্ণ চাইটৰ সৈতে লী ৰ চুক্তি হয়। ২০০৮ চনত প্ৰথমে অভিনয় কৰিছিল লীয়ে। আমেৰিকাৰ বাটে পথেও দেখা যায় লীৰ বিশেষ কিছু পোষ্টাৰ। পূৰ্বে পৰ্ণগ্ৰাফী ছাইটৰ কোনো অভিনেতাক ইমান প্রধান্য দিয়া হোৱা নাছিল। শেহতীয়াভাৱে লীয়ে তেওঁৰ পুৰুষাংগৰ বীমা কৰোৱাইছে। ২০১২ চনত ভাৰতীয় মুদ্ৰাত ৮ কোটিৰ বীমা স্বাক্ষৰিত কৰিছে লীয়ে। আমেৰিকাত যৌনতা সম্পৰ্কিত এক ৰিয়েলিটি শ্ব’ৰ বিচাৰকৰ ভুমিকাত আছে লী। পৰ্ণ ছবিত কাম কৰিয়েই তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে।
কেৱল পৰ্ণগ্ৰাফীৰ পৃথিৱীতেই লী জনপ্ৰিয় তেনে নহয়। সামাজিকমাধ্যমতো লী যথেষ্ট সক্ৰিয়। ইনষ্টাগ্ৰামত লীৰ ফলোৱাৰ্চৰ সংখ্যা ৪ লাখ ১৩ হাজাৰৰো অধিক। নিয়মিতভাৱে ইনষ্টাত ফটো ভিডিঅ’ আদি শ্বেয়াৰ কৰে লীয়ে। টুইটাৰতো লীৰ আছে ৬ লাখতকৈ অধিক ফলোৱাৰ্ছ। তেওঁক সামাজিক মাধ্যমত টক্কৰ দিব পৰা নাই কোনো মহিলা পৰ্ণ তাৰকাইয়ো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















