• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

1 hour ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

2 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

4 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

5 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

6 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

6 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

7 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

editor by editor
July 22, 2022
in বিবিধ, ভাৰত
0
পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ এইদৰে মন্তব্য কৰি উদ্ভিগ্নতা প্ৰকাশ কৰিছে কেৰালাৰ উচ্চ ন্যায়ালয়ে৷

এগৰাকী ১৩ বছৰীয়া নাবালিকা গৰ্ভপাতৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্চ ন্যায়ালয়ে কয় যে কেৰালাত নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পাইছে৷ ন্যায়ালয়ৰ মতে অবাধ পৰ্ণগ্ৰাফীৰ বাবেই এই অৱক্ষয়ৰ সূচনা হৈছে৷

উল্লেখ্য যে শেহতীয়াকৈ কেৰেলা উচ্চ ন্যায়ালয়ত ১৩ বছৰীয়া নাবালিকাৰ গৰ্ভপাতৰ আবেদন দাখিল কৰা হৈছিল।

লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

ন্যায়াধীশ ভি জি অৰুণৰ বিচাৰপীঠত এই গোচৰৰ শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণ কৰি ৩০ সপ্তাহৰ গৰ্ভৱতী কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়ে ন্যায়াধীশে।

ইয়াৰ পিছতে ন্যায়ালয়ে কেৰালাত নাবালিকা গৰ্ভধাৰণৰ সংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয়, ‘‘এই গোচৰৰ শুনানিৰ পূৰ্বে মই নাবালিকা গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিবলৈ বাধ্য হৈছো। ইয়াৰে বেছিভাগ ক্ষেত্ৰতে নাবালিকাৰ সৈতে সম্পৰ্কীয় তথা নিকট আত্মীয় জড়িত হৈ থাকে।’’

লগতে পঢ়ক নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

ন্যায়াধীশগৰাকীয়ে লগতে বিদ্যালয়সমূহত যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰি কয় যে ‘‘মোৰ মতে আমাৰ বিদ্যালয়সমূহত যৌন শিক্ষা প্ৰদান কৰাৰ ওপৰত কৰ্তৃপক্ষই গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।’’

কেৰালাৰ উচ্চ ন্যায়ালয়ে নাবালিকা গৰ্ভধাৰণৰ বাবে পৰ্ণগ্ৰাফি ছবিক বিশেষভাৱে দায়ী কৰে। ন্যায়ালয়ে কয় যে ইণ্টাৰনেটৰ যুগত পৰ্ণগ্ৰাফিক ছবি সহজে উপলব্ধ হৈ পৰিছে আৰু ইয়াৰ ফলত শিশু আৰু কিশোৰ-কিশোৰীসকলক আটাইতকৈ বেছি আক্ৰান্ত হৈছে।

উচ্চ ন্যায়ালয়ে লগতে কয় যে শিশুসকলক ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়ে শিকোৱাটোও সমানেই গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKerala HCpregnanciespregnant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.