• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

2 years ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

9 minutes ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

1 hour ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

2 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

3 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

4 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

5 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

18 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

20 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

editor by editor
August 15, 2024
in খাদ্য, জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

আমি সকলোৱে আমাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ বহুত চেষ্টা কৰো, ইয়াৰ বাবে বহু ধৰণৰ উপায়ো অৱলম্বন কৰো। তাৰেই মাজতো এনে কিছুমান উপায় আছে যি আমাৰ স্বাস্থ্যৰ বাবে অলৌকিক বুলি গণ্য কৰা হয়। তাৰেই মাজৰ এবিধ হৈছে কেশৰ।

বহুমূলীয়া এই কেশৰ যাক ‘সোণালী মছলা’ বুলিও কোৱা হয়। নিতৌ গাখীৰৰ লগত কেশৰ মিহলাই খালে স্বাস্থ্যৰ ওপৰত অলৌকিক প্ৰভাৱ পৰে। বিশেষকৈ কিছুমানে কেশৰ গাখীৰ নিয়মিতভাৱে খালে বহু উপকাৰ লাভ কৰে। ৫ জন লোকৰ বাবে কেশৰ গাখীৰ খোৱাটো অতিকে উপকাৰী।

১/ গৰ্ভৱতী মহিলা
গৰ্ভৱতী মহিলাৰ বাবে কেশৰ গাখীৰ এক আশীৰ্বাদৰ দৰে। কেশৰে গৰ্ভৱতী মহিলাৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ ফলত মহিলাগৰাকীৰ মেজাজ ভাল হৈ থাকে, পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায় আৰু গৰ্ভত থকা শিশুটিৰ বিকাশতো সহায় কৰে। ইয়াৰ উপৰিও কেশৰ গাখীৰ শিশুৰ বৰণ উন্নত কৰাত সহায়ক বুলি বিবেচিত হয়।

২/ মানসিক চাপত থকা লোক
আজিৰ ব্যস্ত জীৱনত মানসিক চাপ এটা সাধাৰণ সমস্যা হৈ পৰিছে। এনে পৰিস্থিতিত যদি আপুনি মানসিক চাপত থাকে, তেন্তে কেশৰ গাখীৰ খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। কেশৰত এনে কিছুমান উপাদান থাকে যিয়ে মানসিক চাপ কমায় আৰু মগজুক শান্ত কৰি ৰাখে। নিয়মিত কেশৰ গাখীৰ খোৱাটোৱে ভাল টোপনি অহাত সহায় কৰে আৰু মনটো সুখী কৰি ৰাখে।

৩/ হৃদৰোগীৰ বাবে উপকাৰী
হৃদৰোগীৰ বাবেও কেশৰ গাখীৰ অতি উপকাৰী। কেশৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰৰ ধমনীবোৰ শক্তিশালী কৰাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়। ইয়াৰ লগতে কেশৰ গাখীৰেও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪/ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক
যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকে কেশৰ গাখীৰ খাব লাগে। কেশৰত থকা ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে। বিশেষকৈ শীতকালত ই অতি উপকাৰী।

৫/ ছালৰ সমস্যাত ভুগি থকা লোক
ছালৰ সমস্যাত ভুগি থকা লোকৰ বাবেও কেশৰ গাখীৰ এক আশীৰ্বাদ। কেশৰত প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে ছালৰ বিষ আৰু ফুলা কমায়। নিয়মীয়াকৈ খোৱাৰ ফলত ছালৰ ৰং উন্নত হয়, দাগ কমি যায় আৰু ছালখন কোমল আৰু জিলিকি থকা হয়।

এইদৰে কেশৰ গাখীৰ খাবৰ বাবে এগিলাচ গৰম গাখীৰত ২-৩ টা কেশৰ শৰি দি ভালদৰে মিহলাই লওক। ৰুচি অনুসৰি মৌ বা চেনিও দিব পাৰে। ইয়াৰ পিছত নিশা শুবলৈ যোৱাৰ আগতে খাব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health benefithealth tipsMilk and SaffronSaffronTips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
Next Post
নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

সূৰ্যৰ ওপৰত কেতুৰ প্ৰভাৱ, ১৮ বছৰৰ মূৰকত ৫ ৰাশিৰ সমুখত বিপদৰ পাহাৰ

সূৰ্যৰ ওপৰত কেতুৰ প্ৰভাৱ, ১৮ বছৰৰ মূৰকত ৫ ৰাশিৰ সমুখত বিপদৰ পাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.