• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

10 months ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

7 minutes ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

55 minutes ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

1 hour ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

2 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

3 hours ago
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

5 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

5 hours ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

6 hours ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

6 hours ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

7 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

editor by editor
January 7, 2026
in জীৱনশৈলী
0
নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ২০২৬ চন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ কাৰণ জানুৱাৰী মাহৰ শেষৰ দিশত কেতু গ্ৰহই তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষশাস্ত্ৰত কেতুক ৰহস্যময় শক্তিসম্পন্ন গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ যিয়ে জীৱনৰ ওপৰত আকস্মিক আৰু গভীৰ প্ৰভাৱ পেলাব৷ ২০২৬ চনৰ জানুৱাৰীত কেতুৰ অৱস্থানৰ এই পৰিবৰ্তনে কিছু ৰাশিৰ জাতকৰ বাবে ভাগ্যৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ এই গোচৰে ৩ৰাশিৰ জীৱনলৈ উল্লেখযোগ্য ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ যাৰ মাজত আছে কেৰিয়াৰ, সম্পদ আৰু মানসিক স্থিতিশীলতা৷ জানি থওক কোন ৰাশিৰ জাতক এই পৰিবৰ্তনত উপকৃত হ’ব?

 কেতু গোচৰ ২০২৬ৰ জ্যোতিষশাস্ত্ৰীয় তাৎপৰ্য

জ্যোতিষশাস্ত্ৰত কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ ইয়াৰ প্ৰভাৱত প্ৰায়েই অপ্ৰত্যাশিত আৰু এজন ব্যক্তিৰ  জীৱনত গভীৰ পৰিবৰ্তন আহিব৷ দৃক পঞ্চাঙ্গ অনুসৰি ২৫ জানুৱাৰী ২০২৬ তাৰিখে কেতুৱে পূৰ্বফাল্গুনী নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ৰ পৰা প্ৰথম পৰ্যায়লৈ প্ৰৱেশ কৰিব৷ এই পৰ্যায়ত কেতুক তুলনামূলকভাৱে শুভ বুলি ধাৰণা কৰা হয়৷ যিয়ে ইতিবাচক ফলাফল বৃদ্ধি কৰিব৷ কেতুৰ এই গোচৰে ৩ৰাশিৰ জাতকক উপকৃত কৰিব৷

মেষ ৰাশি

কেতুৰ এই নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ কৰ্মক্ষেত্ৰত হঠাৎ পদোন্নতি বা নতুন দায়িত্বৰ ইংগিত আছে৷ ব্যৱসায় আৰু বিনিয়োগৰ সিদ্ধান্ত লাভজনক প্ৰমাণিত হ’ব পাৰে৷ ঘৰৰ পৰিবেশ ভাল হ’ব৷ মানসিক শান্তি আহিব৷ পঢ়াশুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফলৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ মতবিৰোধৰ সমাধান হ’ব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই গোচৰ আৰ্থিকভাৱে অনুকূল হব৷ হঠাৎ আৰ্থিক লাভ বা আয়ৰ নতুন উৎসৰ সম্ভাৱনা আছে৷ আপোনাৰ চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হব পাৰে৷ পুৰণি বিনিয়োগসমূহে ভাল লাভ দিব পাৰে৷ মানসিক চাপ কমিব আৰু আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷ এই সময়ত আত্ম উন্নয়ন আৰু আধ্যাত্মিক বিকাশৰ বাবেও উপযুক্ত৷ শিল্প, লেখামেলা আৰু সৃজনশীল ক্ষেত্ৰত জড়িতসকলে বিশেষ স্বীকৃতি পাব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ ওপৰত কেতুৰ প্ৰভাৱত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব পাৰে৷ হঠাৎ আৰ্থিক লাভৰো ইংগিত আছে৷ কৰ্মক্ষেত্ৰত গতি বৃদ্ধি পাব আৰু পুৰণি প্ৰকল্পসমূহে আৰু গতি পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা আৰু বুজাপৰা বৃদ্ধি পাব৷ ভ্ৰমণ বা নতুন যোগাযোগৰ মাধ্যমেৰে লাভজনক সুযোগ তৈয়াৰ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!
জীৱনশৈলী

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

October 22, 2026
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক
জীৱনশৈলী

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

October 22, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
Next Post
বছৰৰ আৰম্ভণিতে শুক্ৰৰ অৱস্থানৰ সলনি, বিলাসী জীৱন কটাব এই ৩ৰাশিৰ জাতকে

বছৰৰ আৰম্ভণিতে শুক্ৰৰ অৱস্থানৰ সলনি, বিলাসী জীৱন কটাব এই ৩ৰাশিৰ জাতকে

গুৰু-শুক্ৰৰ যোগত খুলিব ধনসম্পদৰ ভাণ্ডাৰ, ৪ৰাশিৰ জীৱনলৈ সুখৰ বন্যা

গুৰু-শুক্ৰৰ যোগত খুলিব ধনসম্পদৰ ভাণ্ডাৰ, ৪ৰাশিৰ জীৱনলৈ সুখৰ বন্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.