• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

2 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

3 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

4 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

4 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

6 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

6 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

7 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

8 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

editor by editor
April 19, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অষ্টদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যেই আৰম্ভ হৈছে। সাতদফাৰ ভোটগ্ৰহণ পৰ্বৰ প্ৰথম দফাত ২১ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল মিলি ভোটদান হ’ব ১০২ খন আসনৰ বাবে। প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টি, মণিুপুৰৰ দুই সমষ্টি ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ, মেঘালয়ৰ শ্বিলং আৰু তুৰা, মিজোৰামৰ এটা লোকসভা সমষ্টি, নাগালেণ্ড, অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম দফাৰ ভোটত প্ৰতিদ্বন্দিতা কৰিছে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৮গৰাকী মন্ত্ৰীয়েও। মোদী মন্ত্ৰীসভাৰ ৮মন্ত্ৰী হৈছে নীতিন গাডকাৰী(নাগপুৰ), কিৰেণ ৰিজেজু(অৰুণাচল পশ্চিম), ভূপেন্দ্ৰ যাদৱ(অলৱাৰ), সৰ্বানন্দ সোনোৱাল(ডিব্ৰুগড়), জিতেন্দ্ৰ সিং(উধমপুৰ), অৰ্জূন ৰাম মেঘৱাল(বিকানেৰ), সঞ্জীৱ বালিয়ান(মুজফৰনগৰ) আৰু এল মুৰগান(নীলগিৰি)।

মোদী মন্ত্ৰীসভাৰ ৮কেবিনেট মন্ত্ৰীৰ ওপৰিও কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও নামিছে ভোটযুদ্ধত। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ ওপৰিও ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাত নামিছে লোকসভা নিৰ্বাচনৰ ভোটযুদ্ধত। এইকেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ওপৰিও তামিলনাডুৰ ৰামনাথপুৰম আসনত বিজেপিৰ সমৰ্থনত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিছে এডিএমকেৰ নেতা পন্নীৰছেলভমে। অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা নাবাম টুকিয়ে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে কিৰেণ ৰিজেজুৰ বিৰুদ্ধে।

কেন্দ্ৰীয়শাসিত অঞ্চল পুদুচেৰীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিদায়ী কংগ্ৰেছ সাংসদ ভি বৈথিলিংগমে এইবাৰ পুদুচেৰীৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰথম দফাৰ নিৰ্বাচনত বিহাৰৰ গয়াত বিজেপিৰ সহযোগী হিন্দুস্তানী আৱাম মৰ্চাৰ প্ৰাৰ্থী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতনৰাম। শুকুৰবাৰে প্ৰথম দফাত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখন আসনত ভোটগ্ৰহণ চলি আছে। এখনকৈ আসন আছে ক্ৰমে ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান-নিকোবৰ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুদুচেৰীত। উল্লেখ্য যে মণিপুৰৰ মুঠ দুখন লোকসভা আসন। ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ। নিৰ্বাচন কমিছনে আউটাৰ মণিপুৰক ভাগ কৰি দুই দফাত ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম দফাত মণিপুৰৰ চূড়চান্দপুৰ আৰু চান্দেল জিলাৰ ১৫খন বিধানসভা আসনত ভোটগ্ৰহণ হ’ব। আউটাৰ মণিপুৰৰ অন্তৰ্গত অন্য ১৩ টা বিধানসভাৰ ভোটাৰে ভোটগ্ৰহণ কৰিব পাৰিব ২৬ এপ্ৰিল দ্বিতীয় দফাত।

ইয়াৰোপৰি বিহাৰৰ চাৰি, উত্তৰাখণ্ডৰ পাঁচ, মহাৰাষ্ট্ৰৰ পাঁচ, উত্তৰপ্ৰদেশৰ ৮ আৰু ৰাজস্থানৰ ১২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই দফাত সকলোতকৈ বেছি ভোটকেন্দ্ৰ আছে তামিলনাডুত। সেই ৰাজ্যৰ ৩৯ লোকসভা আসনৰ সকলোতেই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তামিললনাডুত ভোট যুদ্ধত আছে  শাসকদল ডি এম কে প্ৰথম শাৰীৰ নেতা-নেত্ৰীসকল।

উল্লেখ্য যে ১৯ৰ নিৰ্বাচনত ১০২ খন আসনৰ ভিতৰত মুঠ ৪৫খনত বিজেপি নেতৃত্বাধীন NDA জয়লাভ কৰিছিল। উত্তৰ পূৱৰ ৭ৰাজ্যৰ লগতে ছিকিমতো বিপুল জয়ৰ মুখ দেখিছিল NDAয়ে। এইবাৰ অৱশ্যে কেইখনমান আসনত নেক টু নেক ফাইট হ’ব বুলি ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.