খানাপাৰা পাহাৰত চলিয়ে আছে বেদখল। ৪ বছৰতে ৰূপ সলনি হৈছে সেউজীয়া পাহাৰৰ। সেউজীয়া ভূমিত নির্মাণ হৈছে ২০০ৰো অধিক ঘৰ।