• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…

টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…

2 years ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

58 minutes ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

2 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

13 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

13 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

13 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

14 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

14 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

15 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

16 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…

editor by editor
October 11, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, লেখা
0
টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…

টেনিছ জগতৰ অন্যতম সফল খেলুৱৈ তথা অঘোষিত ৰজা আখ্যা পোৱা ৰাফেল নাডালৰ ৩৮ বয়সত অৱসৰ ঘোষণা। ক্লে ক’ৰ্টৰ ৰজা আখ্যা পোৱা স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালে নিজৰ কেৰিয়াৰত ২২টাকৈ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে। নৱেম্বৰ মাহত ডেভিছ কাপৰ ফাইনেলৰ পিছতে অৱসৰ ল’ব বুলি সদৰি কৰে খেলুৱৈ গৰাকীয়ে।

চলিত বৰ্ষৰ আৰম্ভণিতে পেৰিছ অলিম্পিকৰ পিছত তেওঁ কোনো মেচ খেলা নাই। ডেভিছ কাপৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব স্পেইন। এই খেলখন ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি নাডালে অৱসৰৰ কথা ঘোষণা কৰিছিল। এই ভিডিঅ’ত নাডালে কয়, “জীৱনৰ প্ৰতিটো আৰম্ভণিৰ এটা অন্ত থাকে। মই অনুভৱ কৰোঁ যে মোৰ কেৰিয়াৰ শেষ কৰাৰ এইটোৱেই উপযুক্ত সময়। ইমান দীঘলীয়া কেৰিয়াৰৰ কথা মই কেতিয়াও কল্পনা কৰা নাছিলো। এতিয়া মোৰ শেষৰখন মেচক লৈ মই বৰ উৎসাহিত হৈছো। এই মেচত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰিম।”

ৰাফেল নাডালক বিশ্বৰ মহান টেনিছ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। নোভাক জ’কভিচৰ পিছতে তেওঁ দ্বিতীয় সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয় কৰা খেলুৱৈ। তেওঁৰ কেৰিয়াৰত ২২টা গ্ৰেণ্ড শ্লেম জয় কৰাৰ বিপৰীতে জ’কভিচে ২৪টা গ্ৰেণ্ড শ্লেম জয় কৰিছে। নাডালক ক্লে ক’ৰ্টৰ ৰজা বুলি কোৱাহয়। তেওঁৰ কেৰিয়াৰত ১৪ খন ফ্ৰেন্স অ’পেনত জয়লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ ইউ এছ অ’পেন ৪ বাৰ আৰু উইম্বলডন আৰু অষ্ট্ৰেলিয়ান অ’পেন ২ বাৰকৈ জয়ী হৈছে। ২০০৮ চনত বেইজিং অলিম্পিকত টেনিছত একক শাখাত সোণৰ পদক লাভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rafael nadalRafael Nadal RetirementTennisTennis Clay Court KingTennis Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

October 5, 2026
Next Post
আজি অষ্টমী-নৱমীত কন্যা পূজন; পূজা পদ্ধতি, মন্ত্ৰ, আৰতি কেতিয়া কেনেকৈ কৰিব, পঢ়ক মা সিদ্ধিদাত্ৰীৰ কাহিনী

আজি অষ্টমী-নৱমীত কন্যা পূজন; পূজা পদ্ধতি, মন্ত্ৰ, আৰতি কেতিয়া কেনেকৈ কৰিব, পঢ়ক মা সিদ্ধিদাত্ৰীৰ কাহিনী

দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ'ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.