• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

1 year ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

10 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

11 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

11 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

12 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

12 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

13 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

14 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

15 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

16 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

16 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

17 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

editor by editor
November 14, 2024
in Uncategorized
0
১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ নৱেম্বৰ, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী। প্ৰতি বছৰে এই দিনটোৰ বাবে বিশেষভাৱে অপেক্ষা কৰে শিশুসকলে। কাৰণ এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। ১৪ নৱেম্বৰ দিনটো শিশুসকলৰ নামতেই উৎসৰ্গিত। ভালপোৱা, মৰমৰ লগতে উপহাৰৰ টোপোলাও এই দিনটোত শিশুসকলক দিয়া হয়। শিশুসকলৰ প্ৰতি নেহৰুৰ অগাধ ভালপোৱা আছিল যাৰবাবে তেওঁৰ ওপজা দিনটোক শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। চাচা নেহৰু নামেৰে তেওঁ শিশুসকলৰ মাজত জনপ্ৰিয় আছিল। নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ ওপজাদিনতেই জানি থওক তেওঁৰ বিষয়ে অজানা এই ১৪ টা তথ্য।

১) ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ মাজত ১১ বাৰ শান্তিৰ নোৱেল পুৰস্কাৰৰ বাবে তেওঁ মনোনীত হৈছিল যদিও এবাৰো নোৱেল লাভ কৰিবলৈ সক্ষম নহ’ল।

২) ১৯৭০ চনৰ অক্টোবৰত কেমব্ৰীজ ট্ৰিনিটি কলেজত পঢ়িবলৈ গৈছিল নেহৰু। ১৯১০ চনত নেচাৰেল ছায়েন্সত স্নাতক ডিগ্ৰী অৰ্জন কৰে নেহৰুৱে।

৩) ১৯১২ চনৰ ভাৰতলৈ ওভতি আহি এলাহবাদ হাইকৰ্টত এগৰাকী অধিবক্তা হিচাপে নিজৰ নাম নথিভুক্ত কৰিছিল নেহৰুৱে। বেৰিষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল নেহৰুৱে।

৪) কাশ্মীৰি পণ্ডিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নেহৰুৱে।

৫) নেহৰুৰ দুগৰাকীকৈ ভনীয়েকো আছিল। তেওঁৰ ডাঙৰগৰাকী ভগ্নীৰ নাম হৈছে বিজয় লক্ষ্মী পণ্ডিত আৰু সৰু ভনীয়েকৰ নাম হৈছে কৃষ্ণা হুথিচিং।

৬) ১৯২৯ চনত কংগ্ৰেছ সভাপতিৰ পদত বহে নেহৰু। ইয়াৰপাছতেই কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭) ১৯৩৫ চনত কাৰাবাসৰ শাস্তি লাভ কৰে নেহৰুৱে।

৮) ১৯২৯ চনত কাৰাগাৰত বহিয়েই আত্মজীৱনী লিখিছিল নেহৰুৱে। নেহৰুৰ আত্মজীৱনীখনৰ নাম হৈছে ‘Toward Freedom’। এই আত্মজীৱনীখন ১৯৩৬ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰকাশিত হয়।

৯) ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নেহৰুৰ। শেষযাত্ৰাত তেওঁক এবাৰ শেষবাৰৰ বাবে চাবৰ বাবে ৰাস্তালৈ ওলাই আহিছিল প্ৰায় ১৫ লাখ মানুহ।

১০) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুৱে নয়ডাত কাৰাবন্দী হৈ আছিল। মুঠ ৩ হাজাৰ ২৫৯ দিনৰ বাবে বাবে তেওঁক কাৰাবন্দী কৰিছিল ব্ৰিটিছে। এই কাৰাবাসৰ সময় প্ৰায় ৯বছৰৰ সমান।

১১) এনি বেছেণ্টৰ এজন অনুৰাগী আছিল নেহৰু। ইণ্ডিয়ান নেশ্ব্যনেল কংগ্ৰেছৰ প্রথম ভাৰতীয় মহিলা প্ৰেছিডেণ্ট আছিল এনি। ১৯১৬ চনত এনিৰ প্ৰতিষ্ঠিত হোম ৰুল লীগৰ সদস্য আছিল নেহৰু।

১২) ১৯২৭ চনত নেহৰুয়ে প্ৰথম সম্পূৰ্ণ জাতীয় স্বাধীনতাৰ ধাৰণা দিছিল সকলোকে। ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

১৩) জৱাহৰলাল নেহৰুক আধুনিক ভাৰতৰ স্থপতি বুলিও কোৱা হয়।

১৪) ১৯২৯ চনত লাহোৰৰ বিশাল জনসমাবেশ আৰু কংগ্ৰেছৰ স্বেচ্ছাসেৱকৰ ওচৰত ভাৰতৰ পতাকা উত্তোলন কৰিছিল নেহৰুৱে। তাৰপাছতেই ঘৰে ঘৰে ভাৰতৰ ত্ৰিৰংগা উত্তোলন কৰা হৈছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আংশিকভাৱে প্ৰতিবাদেই আৰম্ভ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
Uncategorized

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

October 14, 2025
Next Post
জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.