• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

5 years ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

14 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

46 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

1 hour ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

4 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

editor by editor
September 7, 2021
in অপৰাধ, অসম
0
কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১১ জুনত কোকৰাঝাৰৰ অভয়াখুটিত ২ জনজাতীয় কিশোৰীৰ মৃতদেহ আমগছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ প্ৰথমে আত্মহত্যা বুলি ধাৰণা কৰা হৈছিল যদিও ই যে দৰাচলতে হত্যাকাণ্ড আছিল তাত কাৰোৰে সন্দেহ নাছিল৷ এই ঘটনাৰে কোকৰাঝাৰ আৰক্ষীয়ে ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰে৷ চাৰ্জশ্বীট অন্তৰ্ভুক্ত কৰে ৩ অভিযুক্তৰ নাম৷ তেওঁলোক মুজাম্মেল শ্বেখ (২০), নছিবুল আলী শ্বেখ (১৯), ফৰিজুল ৰহমান (২২)৷ কোকৰাঝাৰৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে সংবাদমেল৷ এই সংবাদমেলতেই সদৰী কৰে এজাহাৰ, অনুসন্ধানৰ পৰা অভিযোগনামা প্ৰস্তুতলৈ সকলো কথা৷  কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত btrৰ ভাৰপ্ৰাপ্ত igp এল আৰ বিষ্ণৱে কয় যে কোভিডৰ বাবে বন্ধ হৈ থকা আদালত খোল খোৱাত ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ’ব আৰু দোষীয়ে শাস্তি পাব৷ তদন্ত কালত আৰক্ষীয়ে বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২টা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাটো কিশোৰী দুগৰাকী ধৰ্ষণৰ বলি হোৱাৰ প্ৰমাণ পাইছে৷ ইপিনে বিষ্ণৱে কয় যে প্ৰতিষ্ঠিত ব্যৱস্থা অনুযায়ী পৰিয়ালৰ লোকে ক্ষতিপূৰণ লাভ কৰিব৷  ইপিনে আৰক্ষীৰ তদন্তত কালত হত্যাৰ কথা স্বীকাৰ ৩ অভিযুক্তই৷ ধৰ্ষণৰ বলি হোৱা কিশোৰী দুগৰাকীয়ে ঘটনাটো পৰিয়াল তথা ৰাইজক অৱগত কৰাৰ ভাবুকি দিয়ে আৰু তেতিয়াই দুয়োকো হত্যা কৰি ওৰণিৰে গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ কথা স্বীকাৰ ৩ অভিযুক্তৰ৷ ১২ জুনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ অধ্যক্ষতাত sit গঠন কৰা হৈছিল আৰু ১৩ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালৰ খবৰ ল’বলৈ অভয়াখুটিত উপস্থিত হৈছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই আৰক্ষীয়ে গ্ৰহণ কৰে ক্ষিপ্ৰতৰ ব্যৱস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kokrajharkokrjhar murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
মামা এইবাৰ KBC ত

মামা এইবাৰ KBC ত

অভয়াখুঁটিৰ ২ কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

অভয়াখুঁটিৰ ২ কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.