• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

1 year ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

50 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

4 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

4 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

5 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

5 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

8 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

editor by editor
April 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু

পশ্চিমবংগৰ ৰাজধানী কলিকতাত কালি নিশা সংঘটিত হৈছিল এক অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বড়া বাজাৰ স্থিত এখন হোটেলত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি ঘটনাত অকালতে প্ৰাণ হেৰুৱাই ১৪ গৰাকীকৈ লোকে। আনহাতে আহত হয় ২০ৰো অধিক লোক।

আৰক্ষীৰ মতে, মঙলবাৰে নিশা বড়া বজাৰ অঞ্চলৰ মাচুয়া ফাল মণ্ডীৰ সমীপত অৱস্থিত ঋতুৰাজ হোটেলত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে ১০খন অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

প্ৰাণ ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়াই দিয়ে বহু লোকে, পাছে আঘাতত প্ৰাপ্ত হয় সকলো। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, শ্বৰ্টচাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

ঘটনা সন্দৰ্ভত তথ্য দি কলকাতা আৰক্ষী আয়ুক্তই কয় যে এই অগ্নিকাণ্ডৰ কাণ্ড নিশা প্ৰায় ৮:১৫ বজাত সংঘটিত হয়। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৪টা মৃতদেহ। ইয়াৰে দুটি শিশু বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী দলে বহু লোকক উদ্ধাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire Break OutkolkataKolkata Hotel FireMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
Next Post
মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

চন্দ্ৰ নক্ষত্ৰত সূৰ্য্যৰ প্ৰৱেশে ৩ ৰাশিৰ সোণৰ দৰে জিলিকিব ভাগ্য, সুখৰ আগমণ হ’ব ঘৰলৈ

চন্দ্ৰ নক্ষত্ৰত সূৰ্য্যৰ প্ৰৱেশে ৩ ৰাশিৰ সোণৰ দৰে জিলিকিব ভাগ্য, সুখৰ আগমণ হ'ব ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.