• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
kylie jenner

এটা চুমাৰ বাবে কোটিপটি হ’ল কাইলি জেনাৰ; কাহিনী শুনি আচৰিত হ’ব আপুনি…

4 years ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

18 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

45 minutes ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

1 hour ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

2 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

13 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

14 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

15 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

15 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এটা চুমাৰ বাবে কোটিপটি হ’ল কাইলি জেনাৰ; কাহিনী শুনি আচৰিত হ’ব আপুনি…

editor by editor
January 17, 2022
in গুৱাহাটী, বিনোদন, বিবিধ, বিশ্ব
0
kylie jenner
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যেতিয়া আপুনি কাৰোবাক আপোনাৰ নিজৰ বুলি ভাৱে আৰু তেওঁ যদি আপোনাৰ এটা ত্ৰুটিৰ বিষয়ে ঠাট্টা কৰে, তেতিয়া সেই ত্ৰুটিটো ভুল বুলি প্ৰমাণ কৰাটো জীৱনৰ এক লক্ষ্য হৈ পৰে। একে ধৰণৰ কাহিনী আমেৰিকান মডেল আৰু বৰ্তমানৰ ব্যৱসায়ী মহিলা কাইলি জেনাৰৰ সৈতে সম্পৰ্কিত। প্ৰেমিকৰ এটা মন্তব্যৰ বাবেই মাত্ৰ ১৯ বছৰতেই কাইলি জেনাৰে আৰম্ভ কৰিছিল ‘লিপ কিট’ নামৰ এটা প্ৰসাধন কোম্পানী৷ আজি সেই কোম্পানীটোৰ বাবেই ইমান কম বয়সতে কাইলি জেনাৰ হৈ পৰিল কোটিপতি।

এতিয়া আপুনি হয়তো ভাৱিছে প্ৰেমিকে তাইক কি এনে কথা ক’লে যাৰ বাবে তাই সেই কোম্পানীটো আৰম্ভ কৰিছে৷ কও শুনক, কাইলি জেনাৰে ২৪ বছৰ বয়সত টিভি অনুষ্ঠান ‘কিপিং আপ উইথ দা কাৰ্দাচিয়ানছ’ত কৈছে তাই ১৯ বছৰতেই নিজৰ ওঁঠখনক লৈ নিৰাপত্তাহীনতাত ভুগিছিল৷ তাৰ পাছৰে পৰা মেকআপ কৰিবলৈ আৰম্ভ কৰিছিল কাইলিয়ে।

এদিন প্ৰেমিকে তাইক এগৰাকী ভাল চুম্বনকাৰী বুলি কোৱাৰ পিছত এক বিশেষ মন্তব্য কৰিছিল৷ প্ৰেমিকে কৈছিল তাইৰ ওঁঠ দুখন যথেষ্ট সৰু। তেতিয়া কাইলিয়ে অনুভৱ কৰিছিল যে তাই চুম্বন কৰাৰ যোগ্য নহয়। তাৰ লগে লগেই কাইলিয়ে ওঁঠ ফিলাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। পাছত তাই ‘লিপ কিট’ নামৰ প্ৰসাধন কোম্পানীটো আৰম্ভ কৰিলে৷ লাহে লাহে কোম্পানীটো জনপ্ৰিয় হৈ পৰাত ইয়াক ‘কাইলি কচমেটিকছ’ নাম দিছে। এই ব্যৱসায়টোৰ কাৰণেই আজি কাইলি এগৰাকী কোটিপতি মহিলা। তেওঁ মেকআপ ব্ৰেণ্ড এতিয়া সমগ্ৰ বিশ্বতেই পৰিচিত। কাইলি জেনাৰ বৰ্তমান দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী।

ভাৱকছোন প্ৰেমিকৰ এটা কথাই ক’ৰ পৰা ক’লৈ লৈ গ’ল কাইলি জেনাৰক৷ এতিয়া হলিউডৰ কাৰ্দাচিয়ান চিষ্টাৰ্ছৰ আটাইতকৈ চৰ্চিত মডেল হৈছে কাইলি জেনাৰ৷ সামাজিক মাধ্যমৰ একাউণ্টত নিজৰ যথেষ্ট আকৰ্ষণীয় ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে কাইলিয়ে। সেই ফটো আৰু ভিডিঅ’বোৰ সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে ভাল পায়। কিন্তু এটা সময় আছিল যেতিয়া কাইলিৰ ওঁঠ সৰু আছিল আৰু তাইৰ প্ৰেমিকে ইয়াক উপহাস কৰিছিল। সেইগৰাকী কাইলি এতিয়া ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰৰে অভিলেখ সৃষ্টি কৰা প্ৰথমগৰাকী মহিলা।

এইক্ষেত্ৰত তেওঁ পপ তাৰকা আৰিয়ানা গ্ৰন্দকো অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে আৰিয়ানাই আছিল ইনষ্টাগ্ৰামত সৰ্বাধিক জনপ্ৰিয় নাৰী। তেওঁৰ একাউন্টত বৰ্তমান ফলোৱাৰৰ সংখ্যা হৈছে ২৮ কোটি ৯০ লাখ। কিন্তু তাতকৈও এতিয়া আগত কাইলি জেনাৰ৷ এতিয়া কওক এটা চুমাই তেওঁক কোটিপটি বনালে নে নাই?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kylie jenner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
Next Post
তোৰে মোৰে আলোকৰে যাত্ৰা,  ৰূপান্তৰক সোঁৱৰি…

তোৰে মোৰে আলোকৰে যাত্ৰা,  ৰূপান্তৰক সোঁৱৰি...

মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…

মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.