লখিমপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নাহৰণি গাঁও। বিগত ৫টা বছৰে বাটৰুৱাৰ দৃষ্টি কাঢ়িছে পক্ষীয়ে। পক্ষীৰ কলৰৱত থমকি ৰৈছে বাটৰুৱা। পাহৰিছে মনৰ বিষাদ, ক্লেশ কিম্বা হতাশা।