• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

8 months ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

1 min ago
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

25 mins ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

1 hour ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

24 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

1 day ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

editor by editor
November 9, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক বিভিন্ন স্কিমৰ সুবিধা দি আহিছে৷ চৰকাৰে বিভিন্ন মানুহৰ চাহিদাৰ কথা মূৰত ৰাখি এই প্ৰকল্পসমূহ আনে৷ চৰকাৰী স্কিমসমূহৰ অধিকাংশই দুখীয়া আৰু অভাৱী মানুহৰ কল্যাণৰ বাবে পৰিচালিত হয়৷ চৰকাৰে দীৰ্ঘদিন ধৰি নাৰীৰ ক্ষমতায়ণৰ বাবে প্ৰচেষ্টা চলাই আহিছে৷

চৰকাৰে সকলো ক্ষেত্ৰতে মহিলাসকলক স্বনিৰ্ভৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে৷ নাৰীসকলক আৰ্থিকভাৱে সক্ষম কৰি তুলিবলৈ ভাৰত চৰকাৰে এটা নতুন প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত চৰকাৰে মহিলাসকলক ৫লাখ পৰ্যন্ত লোণ দিয়ে তাকো বিনা সুদত৷ প্ৰকৃততে অন্তৰ্বৰ্তী বাজেটত নাৰী ক্ষমতায়ণত জোৰ দিছে কেন্দ্ৰই৷

দেশৰ ৩ কোটি মহিলাক ‘লাখপতি দিদি’ বনোৱাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ বিগত ১৫ আগষ্টৰ স্বাধীনতা দিৱসতেই এই প্ৰকল্প আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ দেশজুৰি ২ কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য লৈছিল৷ অন্তৰ্বৰ্তী বাজেটত নিৰ্মলাই সেই লক্ষ্য বঢ়াই ৩কোটি কৰিলে৷ কেনেকৈ মহিলাসকলে এই স্কিমৰ সুবিধা পাব?

এই প্ৰকল্পৰ সুবিধা পাবলৈ মহিলাসকলে এটা স্বনিৰ্ভৰ গোষ্ঠীত যোগদান কৰিব লাগিব৷ এই ধৰণৰ গোষ্ঠী বা গোটসমূহ বেছিভাগেই গাওঁ এলেকাত বসবাসকাৰী নাৰীসকলৰ বাবে তৈয়াৰ কৰা৷ বহু নাৰী এই গোটত থাকে৷ যদি কোনো মহিলাই তেওঁৰ নিজা কোনো ব্যৱসায় আৰম্ভ কৰে তেন্তে এটা স্বনিৰ্ভৰ গোটৰ মাধ্যমেৰে ব্যৱসায়িক পৰিকল্পনাৰে লোনৰ আবেদন কৰিব পাৰে৷

লাখপতি বাইদেউ যোজনাৰ সুবিধা পাবলৈ আত্মসহায়ক গোটত যোগদান কৰাটো জৰুৰী৷ গোটৰ অন্তৰ্গত মহিলাসকলক চৰকাৰ কৰ্তৃপক্ষৰ পৰা দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰা হয়৷ প্ৰশিক্ষণো দিয়া হয়৷  তাৰপিছতহে লোনৰ বাবে আবেদন কৰিব পাৰে এগৰাকী মহিলাই৷ চৰকাৰী কৰ্মকৰ্তাই এই আবেদন পৰ্যালোচনা কৰি তাৰপিছত আবেদন মঞ্জুৰ হ’লে ৫লাখ পৰ্যন্ত সুদমুক্ত ঋণ লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?
জীৱনশৈলী

July 12, 2025
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
Uncategorized

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

July 12, 2025
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত
জীৱনশৈলী

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

July 12, 2025
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

July 12, 2025
Next Post
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন