• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

2 years ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

53 minutes ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

1 hour ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

2 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

3 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

3 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

4 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

5 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

5 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

6 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

7 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

7 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

editor by editor
November 9, 2024
in বিনোদন, বিশ্ব, ভাৰত
0
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ বৰ্ষৰ জানুৱাৰী মাহত মাতৃ হৈছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। চেৰগেছিৰ মাধ্যমেৰে জন্ম হৈছে প্ৰিয়ংকা নিকৰ সন্তান মালতি মেৰি চোপ্ৰা জোনাছৰ। মালতিৰ জন্মৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ। কিয় চেৰগেছিৰ মাধ্যমেৰে মাতৃ হ’ল প্ৰিয়ংকা? মালতিৰ জন্মৰ এবছৰ পাৰ হ’লেও এই বিষয়টোৰ চৰ্চা যেন কমা নাই। সন্তান জন্মৰ এই প্ৰক্ৰিয়া বহুদিন পূৰ্বেই আৰম্ভ কৰিছিল প্ৰিয়ংকাই। ৩০ বছৰ বয়সৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰি গৈছিল প্ৰিয়ংকাই। ইফালে নিকৰ সৈতেই যে বিয়া হ’ব সেই কথা তেওঁ তেতিয়া কল্পনাই কৰা নাছিল।

এই সন্দৰ্ভত প্ৰিয়ংকাই কয়, ‘মই সন্তান ভালপাওঁ। মই সকলো সময়তে সন্তান এটাৰ পৰিকল্পনা কৰি আছিলো। সেয়ে ৩০ বছৰ বয়সৰ পৰাই মই ডিম্বানুৰ সংৰক্ষণ কৰি আছিলো।’ বহুতেই হয়তো জানে প্ৰিয়ংকাৰ মাক এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞা। মাতৃৰ পৰামৰ্শ মানিয়েই এই পদক্ষেপ লৈছিল প্ৰিয়ংকাই। প্ৰিয়ংকাই নিজেই এই কথা স্বীকাৰ কৰি কয়, ‘মই উচ্চাকাংক্ষী, কেৰিয়াৰত মই সফলতা বিচাৰিছিলো। কিন্তু সেই সময়ত মই মনৰ মানুহ কাকো পোৱা নাছিলো, যাৰ সৈতে মই সন্তানৰ পৰিকল্পনা কৰিম। সেয়ে মায়ে দিয়া পৰামৰ্শ মানিয়েই মই এই কাম কৰিছিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…
ভাৰত

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

May 17, 2026
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা
ক্ৰীড়া

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

May 16, 2026
Next Post
২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.