• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

3 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

14 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

15 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

16 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

17 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

editor by editor
October 3, 2023
in জীৱনশৈলী, বিবিধ
0
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুখী ঘৰতেই লক্ষ্মীয়ে বাস কৰে। লক্ষ্মী দেৱীয়ে নিজৰ সৈতে সম্পদেই কঢ়িয়াই তেনে নহয়। তেওঁ এটা পৰিয়ালৰ সুখ শান্তি ধৰি ৰখাতো বিশেষ গুৰুত্ব ৰাখে। যি সংসাৰৰ পৰা তেওঁ আঁতৰি যায় তেনে সংসাৰত নানান দুখ, দুৰ্দশা, দাৰিদ্ৰ আৰু অশান্তিয়ে দেখা দিয়ে। সেয়ে লক্ষ্মীদেৱীক তুষ্ট কৰি ৰাখিব লাগে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। কি কি সামগ্ৰী আগবঢ়ালে মা লক্ষ্মী তুষ্ট হয়? লক্ষ্মী পূজাত এইকেইপদ সামগ্ৰী লক্ষ্মীদেৱীলৈ আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজন।

মাখানা
মাখানা হ’ল লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে লক্ষ্মী পূজাৰ প্ৰসাদত মাখানা নিবেদন কৰাৰ নিয়ম আছে। পদুম ফুলৰ বীজৰ পৰা মাখানা তৈয়াৰ কৰা হয়। লক্ষ্মীৰ পদুম ফুল অত্যন্ত প্ৰিয়। পদুম ফুলৰ ওপৰতেই তেওঁ অৱস্থান কৰে। সেয়ে পদুমৰ বীজো তেওঁৰ অতি প্ৰিয়। ঘৰৰ সুখ শান্তিৰ বাবে লক্ষ্মী পুজাত মাখানা নিবেদন কৰিবলৈ নাপাহৰিব।

পায়স
ৰসগোল্লা, পায়স আদি লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে ঘৰত লক্ষ্মী পূজাৰ আয়োজন কৰিলে অৱশ্যেই পায়স নিবেদন কৰক। পায়স, গাখীৰ অবিহনে লক্ষ্মীপুজা সম্পূৰ্ণ নহয়। লক্ষ্মী পূজাৰ বাবে তৈয়াৰ কৰা পায়সত জাফৰান মিহলাই দিবলৈ নাপাহৰিব।

শঙ্খ
লক্ষ্মী পুজাত ১০৮বাৰ ‘ওম শ্রী শ্রে. নমহঃ’ জপ কৰক। তাৰপাছত দক্ষিণাৱৰ্তী শঙ্খত পানী ভৰাই বিষ্ণুক অভিষেক কৰক। ইয়াৰ ফলত লক্ষ্মীদেৱী সুখী হয়। ইয়াৰোপৰি সন্ধিয়াৰ সময়ত তুলসী তলত এটা ঘীউৰ প্ৰদীপ জ্বলাবলৈ নাপাহৰিব।

মিছৰি
বগা ৰঙৰ মিছিৰিও লক্ষ্মীৰ অত্যন্ত প্ৰিয়। তেওঁক তুষ্ট কৰিবলৈ মিছিৰি দান কৰক। মিছিৰি বা বাতাছা অবিহনে লক্ষ্মী পূজা সম্পূৰ্ণ নহয়।

নাৰিকল
হিন্দুধৰ্মত নাৰিকল অত্যন্ত পবিত্ৰ ফল। লক্ষ্মীৰ প্ৰিয় ফল হৈছে নাৰিকল। সেয়ে নাৰিকলক শ্ৰী ফল বুলিও কোৱা হয়। ঘৰত লক্ষ্মী পূজাৰ আয়োজন কৰিলে নাৰিকল বা নাৰিকলেৰে তৈয়াৰী লাডু, পিঠা আদিও অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন