• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

2 years ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

5 minutes ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

48 minutes ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

3 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

4 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

5 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

6 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

24 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

editor by editor
April 28, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেৱভূমিত হোৱা ঘটনাৰ পুনৰাবৃত্তি এইবাৰ ভূস্বৰ্গতো৷ ভয়ংকৰ বিপদ এইবাৰ জম্মু-কাশ্মীৰতো৷ জম্মু-কাশ্মীৰৰ ৰামবান জিলাত খহি পৰিছে বিশাল বিশাল অট্টালিকা৷ দেৱালসমূহো ফাটিবলৈ আৰম্ভ কৰিছে৷ ৰাস্তাঘাটসমূহো ভূমিকম্পত ফঁটাৰ দৰে ফাটিব ধৰিছে৷ ইতিমধ্যে জম্মু-কাশ্মীৰ সংযোগী পথো বন্ধ হৈ পৰিছে৷

ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ৩৫০তকৈয়ো বেছি মানুহক নিৰাপদ আশ্ৰয় শিৱিৰলৈ লৈ যোৱা হৈছে৷ কিন্তু এই ভূমিস্খলনৰ কাৰণ কি? এই ভূমিস্খলন ৰোধ কৰিব পৰা যাবনে? বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ পেৰনত গাওঁত সৰ্বাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ঘৰসমূহো ফাটিবলৈ আৰম্ভ কৰাৰ লগতে মাটিৰ ভিতৰলৈ ধীৰে ধীৰে সোমাই গৈছে অট্টালিকাসমূহ৷ এই অঞ্চলৰ ৬০তকৈয়ো অধিক ঘৰ ক্ষতিগ্ৰস্থ হোৱা বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷

https://x.com/ANI/status/1783881243161202723

এই ৬০টা ঘৰৰ ভিতৰত ৩০টাতকৈয়ো অধিক ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হৈছে৷ ১০টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছে৷ ৰামবানৰ এগৰাকী প্ৰাক্তন গাওঁ প্ৰধান কলস দেৱীয়ে এই সন্দৰ্ভত কয়, ‘বৃহস্পতিবাৰে সন্ধিয়া ৭বজাত প্ৰথমে এটা ৰাস্তা হঠাৎ ফাঁটি যোৱা দেখা পাইছিলো৷ ইয়াৰপাছতেই গোটেই ৰাস্তাটোৱেই বহি যায়৷ নিশা ১০-১১ বজাৰ ভিতৰত আমাৰ চকুৰ সন্মুখতে ৰাস্তাটো প্ৰায় এক ফুট তললৈ সোমাই যায়৷’

কেৱল ঘৰ আৰু পাহাৰেই ফাটিছে তেনে নহয়৷ শস্য খেতিৰো ব্যাপক ক্ষতি হৈছে৷ গ্ৰীড ষ্টেচন ক্ষতিগ্ৰস্থ হোৱাৰ বাবে বহু এলেকাত কৰ্তন কৰা হৈছে বিদ্যুৎ৷ পানীৰ পাইপলাইনো ক্ষতিগ্ৰস্থ হৈছে৷ প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি কমবেছি পৰিমানে ৩৫০গৰাকী ব্যক্তিক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে৷ তেওঁলোকৰ বাবে অন্য কোনো স্থানত স্থায়ী ব্যৱস্থা গঢ়ি তোলাৰ কথাও জনাইছে প্ৰশাসনে৷ ইতিমধ্যে সেই স্থানত ভূতত্ত্ববিদ আৰু জিঅলজিৰ এক্সপাৰ্টসকল উপস্থিত হৈ মাটি ফটাৰ কাৰণ বিচাৰি আৰম্ভ কৰিছে তদন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

January 17, 2026
Next Post
তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন