গন্দাই গন্দাই ধৰা পৰিছে দালাল, কিন্তু বিজেপিৰ দালালৰ বেলিকা শিথিল কিয় আৰক্ষীৰ? বিধৱা মহিলাৰ পৰা গোচৰৰ নামত ধন আদায় বিজেপিৰ দালালৰূপী উপ সভাপতিৰ।