• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী

গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী

4 years ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

42 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

1 hour ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

2 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

3 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

19 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

20 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী

editor by editor
September 28, 2022
in অসম, চিনেমা, বিনোদন, বিবিধ, ভাৰত, ৰাজনীতি, সংগীত
0
গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুৰ-সাম্ৰাজ্ঞী লতা মংগেশকাৰৰ ওপজা দিন। ৯৩ সংখ্যক ওপজা দিনত দেশজুৰি স্মৰণ কৰা হৈছে সুৰ সাম্ৰাজ্ঞী লতাজীক। কায়িকভাৱে বিদায় মাগিলেও তেওঁৰ গীতে আজীৱন তেওঁক জীয়াই ৰাখিব সেই কথাই পুনৰ যেন প্ৰকাশ হৈছে। সুৰ সাম্ৰাজ্ঞীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লৈছে বিশেষ পদক্ষেপ। লতাজীৰ প্ৰতি শ্ৰদ্ধা জনাই গুজৰাটত নিৰ্মাণ কৰা হৈছে ৪০ ফুট উচ্চতাৰ এটা বীণা।

ভাৰতৰত্ন লতাজীৰ স্মৰণত নিৰ্মাণ কৰা ৪০ ফুট উচ্চতাৰ বীণাখন ভাৰ্ছুৱেলযোগে মোদীজীয়ে উদ্বোধন কৰিব। ইপিনে বুধবাৰে পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে লতাজীক স্মৰণ কৰিছে। উত্তৰপ্ৰদেশৰ অযোধ্যাতো লতাজীৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি এইয়া দেশৰ শ্ৰেষ্ঠ সন্তানৰ প্ৰতি যোগ্য শ্ৰদ্ধাঞ্জলী।

লতা মংগেশকাৰৰ স্মৰণত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৮০ ফুট উচ্চতাৰ এই বীণাখনৰ আছে বিশেষ বৈশিষ্ট্য। নিৰ্মীত বীণাখনৰ ওজনেই প্ৰায় ১৪টন। কালজয়ী শিল্পীগৰাকীৰ ৯৩ সংখ্যক ওপজাদিনত অযোধ্যাত লতা মংগেশকাৰ চকো উদ্বোধন কৰা হৈছে। এই উদ্বোধনীত প্ৰধানমন্ত্ৰী মোদীয়েও ভাৰ্ছুৱেল ভাষণ আগবঢ়াব বুলি আয়োজকে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
Next Post
সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…

ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.