• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা

নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা

2 years ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

12 minutes ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

57 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

17 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

17 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

18 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

18 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

19 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

20 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

21 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

21 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

22 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা

নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা

editor by editor
October 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মা দুৰ্গা মানেই শক্তি৷ আদ্যাশক্তি মহামায়া শক্তিৰ দেৱী হিচাপেই আৰাধ্য৷ দুৰ্গাৰ পৰা কালী, জগদ্ধাত্ৰীৰ পৰা কৌশিকী ইত্যাদি নাৰীৰূপক আৰাধনা কৰা হয়৷ নৱৰাত্ৰীৰ আজি দ্বিতীয়টো দিন৷ আগন্তুক ৯ অক্টোবৰত পালিত হ’ব মহাষষ্ঠী৷ মা দুৰ্গাৰ আৰাধনা মানে কেৱল আনন্দ উল্লাস আৰু পোহৰৰ আলোকেই নহয়৷ মা দুৰ্গাই আমাক কেইবাটাও শিক্ষা দিয়ে৷ আপুনিও দেৱী দুৰ্গাৰ জীৱনৰ পৰা এই ৫শিক্ষা ল’ব পাৰে৷

ভয়হীনতা

দেৱীয়ে তেওঁৰ ১০হাতত ১০ অস্ত্ৰ তুলি নাৰীয়েই নহয় সকলো মানুহেই কোনো বিপদতেই ভয় কৰিব নালাগে সেই শিক্ষা দিয়ে৷ আমি প্ৰত্যেক দিনাই নানান স্থানৰ পৰা মহিলাৰ ওপৰত অত্যাচাৰ চলাৰ নিউজ দেখা পাও৷ তাতেই মহিষাসুৰৰ বিৰুদ্ধে অস্ত্ৰধাৰিণী দেৱীয়ে আমাক সকলো অন্যায়ৰ বিৰুদ্ধে গৰ্জি উঠাৰ শিক্ষা দিয়ে৷ নাৰী যে দুৰ্বল নহয়, প্ৰয়োজনীয় অন্যায়কাৰীক উচিত শাস্তি দিব পাৰে সেই শিক্ষা আমি মা দুৰ্গাৰ পৰা ল’ব পাৰো৷

শাৰীৰিক শক্তিয়ে সকলো নহয়

সাধাৰণভাৱে এজন পুৰুষ এগৰাকী নাৰীতকৈ বেছি শক্তিশালী হয়৷ সেই হিচাৰে প্ৰবল পৰাক্ৰমী মহিষাসুৰু নিশ্চিতভাৱে বলেৰে দেৱী দুৰ্গাতকৈ শক্তিশালী আছিল৷ কিন্তু গাৰ জোৰেৰে নহয় বুদ্ধি আৰু সাহসেৰে যুঁজ দিছিল দেৱী দুৰ্গাই৷ এই সাহস আৰু বুদ্ধিৰেই তেওঁ মহিষাসুৰক বধ কৰিছিল৷ দেৱী দুৰ্গাৰ পৰা আমি সাহস আৰু বুদ্ধিৰ শিক্ষা ল’ব পাৰো৷

অন্তৰত দুৰ্গাৰ সন্ধান কৰক

প্ৰত্যেক নাৰীৰ মাজতেই আছে এগৰাকী দেৱীৰ ৰূপ৷ দেৱী দুৰ্গাৰ আশীৰ্বাদ বৰ্ষিত হৈ আছে সকলো নাৰীৰ ওপৰতেই৷ কিন্তু আমি প্ৰায়ে নিজৰ অন্তৰত লুকাই থকা সেইগৰাকী দুৰ্গাক দেখা নাপাও৷ যিগৰাকী নাৰীয়ে ঘৰ আৰু বাহিৰৰ অন্যায়ৰ বিৰুদ্ধে নিজেই থিয় দিয়ে তেতিয়াই তেওঁৰ অন্তৰৰ সেই দেৱী দুৰ্গা জাগি উঠে৷ নিজৰ অন্তৰত লুকাই থকা দুৰ্গাক প্ৰত্যেকগৰাকী নাৰীয়েই জগাই তুলক৷ মা দুৰ্গা আমাৰ সমাজৰ প্ৰত্যেকগৰাকী নাৰীৰ ভিতৰত সুপ্ত অৱস্থাত লুকাই আছে, তেওঁক অনুসন্ধান কৰাৰ দায়িত্ব কেৱল আপোনাৰ নিজৰ৷

নিজৰ শক্তিক জগাই তোলক

আমি সকলোৱেই কোনোবা নহয় কোনোবাখিনিত অন্যায়ৰূপী অসুৰৰ মুখামুখি হওঁ৷ নানান বিপদ, নানান সংকটৰ ৰূপ ধৰি অসুৰৰ আগমন ঘটে৷ সেই অসুৰৰ সন্মুখত যদি আমি ভয় নকৰি সাহসেৰে মোকাবিলা কৰো তেন্তে আমাৰ শক্তিক আমি জগাই তুলিছো৷ আমাৰ সকলোৰে ভিতৰত যি শক্তি আছে সেয়া ব্যৱহাৰ নকৰি নকৰি আমি মামৰে ধৰা অৱস্থালৈ ঠেলি দিও বা আমাৰ শক্তি নাই বুলি আমি পিছহুহঁকি আহো৷ ঘৰত বাহিৰত হাজাৰ কাম সামৰি ৰখা এগৰাকী নাৰী কেতিয়াও দুৰ্বল হ’ব নোৱাৰে৷ নাৰী শক্তিৰেই প্ৰতীক সেই কথা বুজাই দিবলৈ হ’লে আমি আমাৰ শক্তিক কাহানিও মামৰে ধৰিবলৈ দিব নালাগে৷ মা দুৰ্গাৰ জীৱনৰ পৰা আপুনিও সেই কথা অনুধাৱন কৰিব পাৰে৷

ভালপোৱা বিলাওক

দেৱীয়ে কেৱল অন্যায়ৰ নিধন নকৰে, তেওঁ ভালপোৱাও বিলায় দিয়ে৷ তেওঁ শান্তিৰূপিনী, তেওঁ প্ৰেমময়ী৷ দহ হাতত অস্ত্ৰ ধৰিলেও নিজৰ এই ৰূপ কেতিয়াও নাপাহৰে মা দুৰ্গাই৷ সকলো নাৰীকেই তেওঁ  এই প্ৰেমময়ী ৰূপ জগাই ৰাখিবলৈ শিক্ষা দিয়ে৷ নাৰীয়েই সংসাৰত লাৱণ্য আনে, ভালপোৱাৰে সকলোৰে জীৱন উপচাই তুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
Next Post
সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

২০ অক্টোবৰত কৰ্কট ৰাশিত আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

২০ অক্টোবৰত কৰ্কট ৰাশিত আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.