• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

2 years ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

27 minutes ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

2 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

3 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

19 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

19 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

20 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

21 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

21 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

22 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

23 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ

editor by editor
October 4, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
সৰ্বাৰ্থ সিদ্ধি যোগত স্বাতী নক্ষত্ৰ, কাইলৈ নৱৰাত্ৰিৰ তৃতীয়াত সৌভাগ্য উদয় হ’ব ৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ অক্টোবৰ ২০২৪ শনিবাৰে চন্দ্ৰই দিনে নিশাই তুলা ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিনমাহৰ শুক্লা তৃতীয়া তিথি৷ কাইলৈ দেৱীপক্ষৰ তৃতীয়া৷ শাৰদীয় নৱৰাত্ৰিৰ কাইলৈ তৃতীয় দিন৷ কাইলৈ নৱৰাত্ৰিৰ তৃতীয় দিনটোত আৰাধনা কৰা হ’ব মা চন্দ্ৰঘণ্টাৰ৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগৰ প্রভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে স্বাতী আৰু পাছত বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? ভাগ্যৱান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ৫ অক্টোবৰত সৌভাগ্য যোগৰ প্ৰভাৱত শুভ দিন কটাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপুনি পৰিয়ালৰ সকলো দায়িত্ব সুকলমে পালন কৰিব৷ কাইলৈ অতিৰিক্ত অৰ্থলাভৰ যোগ আছে৷ যি সম্পত্তি আপুনি বহু দিন ধৰি পাবলৈ আশা কৰি আছে সেই সম্পত্তি কাইলৈ আপোনাৰ হ’ব৷ স্বাস্থ্যও পূৰ্বতকৈ উন্নত হ’ব৷

কন্যা ৰাশি

কাইলৈ শনিৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ দিনটো বেছ শুভ আৰু ফলপ্ৰসু হ’ব আপোনাৰ৷ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত কাইলৈ মোটা অংকৰ ধন আপোনাৰ হাতলৈ আহিব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ বন্ধুৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাত সফল হ’ব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ কাইলৈ আপোনাৰ জীৱনলৈ বিশেষ কোনো ব্যক্তিৰ আগমনো হ’ব পাৰে৷

তুলা ৰাশি

কাইলৈ স্বাতী নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি নিজৰ প্ৰতিদ্বন্দ্বীক হেৰুৱাই জয়ী হ’ব পাৰে৷ কাইলৈ দিনজুৰি হাঁহি ধেমালীয়ে দিন কটাব আপুনি৷ সন্তান সংক্ৰান্তিয় মনৰ সকলো ইচ্ছা কাইলৈ পূৰণ হ’ব৷ শিক্ষাক্ষেত্ৰত ভাল ফল পাব তুলা ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত সুখ বৰ্তি থাকিব৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰিব৷

ধনু ৰাশি

কাইলৈ ৫ অক্টোবৰ ৰবি যোগৰ শুভ প্ৰভাৱত লাভৱান হ’ব ধনু ৰাশিৰ জাতক৷ কাইলৈ পঢ়াশুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ আৰ্থিক অৱস্থা কাইলৈ বেছ মজবুত হ’ব৷ কাইলৈ যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব পাৰিব আপুনি৷ কাৰ্যালয়ত বছৰ পৰা আপুনি প্ৰশংসা পাব পাৰে৷

মকৰ ৰাশি

কাইলৈ মকৰ ৰাশিৰ জাতকৰ ওপৰত শনিৰ আশীৰ্বাদ থাকিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা টকা কাইলৈ আপুনি পাব পাৰে৷ প্ৰবীণ কাৰোবাৰ পৰা ব্যৱসায় সংক্ৰান্তীয় সহায় লাভ কৰিব৷ ইয়াৰ ফলত ব্যৱসায়ত কাইলৈ কোনো নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ পাৰিবাৰিক বিষয়তো আপোনাৰ সক্ৰিয়তা বাঢ়িব৷ কাইলৈ আপোনাৰ অতিৰিক্ত আয় হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
Next Post
২০ অক্টোবৰত কৰ্কট ৰাশিত আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

২০ অক্টোবৰত কৰ্কট ৰাশিত আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

একে নিশাই ৪ উইকেট! জনপ্ৰিয় ক্ৰিকেটাৰ ৰছিদৰ সৈতে একেলগে বিয়াত বহিল তেওঁৰ তিনি ভাতৃও

একে নিশাই ৪ উইকেট! জনপ্ৰিয় ক্ৰিকেটাৰ ৰছিদৰ সৈতে একেলগে বিয়াত বহিল তেওঁৰ তিনি ভাতৃও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.